ETV Bharat / state

যোৰাবাটত কয়লাভৰ্তি ট্ৰেইলাৰ জব্দ - মেঘালয়

শনিবাৰে নিশা যোৰাবাট আৰক্ষীয়ে চলোৱা এক অভিযানত যোৰাবাট আৰক্ষী চকীৰ সম্মুখত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা UP 22 AT 1223 আৰু UP 22 T 8413 নম্বৰৰ দুখন কয়লা ভৰ্তি ট্ৰেইলাৰ জব্দ কৰে । আৰক্ষীয়ে ট্ৰেইলাৰ দুখনৰ চালক মহম্মদ ৰাশিদ আৰু মহম্মদ অৰিফক আটক কৰে ।

যোৰাবাটত দুখন অবৈধ ভাৱে কয়লা ভৰ্তি ট্ৰেইলাৰলাৰ জব্দ
author img

By

Published : May 19, 2019, 4:14 PM IST

যোৰাবাট, 19 মে’: যোৰাবাট আৰক্ষীয়ে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা দুখন অবৈধ কয়লাভৰ্তি ট্ৰেইলাৰ জব্দ কৰে । শনিবাৰে নিশা যোৰাবাট আৰক্ষীয়ে চলোৱা এক অভিযানত যোৰাবাট আৰক্ষী চকীৰ সম্মুখত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা UP 22 AT 1223 আৰু UP 22 T 8413 নম্বৰৰ দুখন কয়লা ভৰ্তি ট্ৰেইলাৰ জব্দ কৰে । আৰক্ষীয়ে ট্ৰেইলাৰ দুখনৰ চালক মহম্মদ ৰাশিদ আৰু মহম্মদ অৰিফক আটক কৰে ।

যোৰাবাটত দুখন অবৈধ ভাৱে কয়লা ভৰ্তি ট্ৰেইলাৰলাৰ জব্দ

লগতে পঢ়ক: বৰঝাৰ বিমান বন্দৰত শিৱ থাপা

দুয়োগৰাকী গাড়ীচালক উত্তৰ প্ৰদেশৰ নিবাসী । ট্ৰেইলাৰ দুখনত জব্দ হোৱা কয়লাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি জানিব পৰা গৈছে ।

Intro:যোৰাবাটত দুখন অবৈধ ভাৱে কয়লা ভৰ্তি চৈলাৰ জব্দ ।

Body:যোৰাবাট আৰক্ষীয়ে মেঘালয়ৰ বৰ্নিহাটৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা দুখন অবৈধ ভাৱে কয়লা ভৰ্তি চৈলাৰ জব্দ কৰে। শনিবাৰে নিশা যোৰাবাট আৰক্ষীয়ে চলোৱা এক অভিযানত যোৰাবাট আৰক্ষী চকীৰ সম্মুখৰ নাকা চেকিংত মেঘালয়ৰ বৰ্নিহাটৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা UP 22 AT 1223 আৰু UP 22 T 8413 নম্বৰৰ দুখন অবৈধ ভাৱে কয়লা ভৰ্তি চৈলাৰ জব্দ কৰে। আৰক্ষীয়ে চৈলাৰ দুখনৰ চালক মহম্মদ ৰাশিদ আৰু মহম্মদ অৰিফক গ্ৰেপ্তাৰ কৰে। দুয়ো গাড়ী চালক উত্তৰ প্ৰদেশৰ নিৱাসী। চৈলাৰ দুখনত জব্দ হোৱা কয়লাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি জানিব পৰা গৈছে।

Byte চালক

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.