গুৱাহাটী, 26 জুনঃ সামৰণি পৰিল মহা অম্বুবাচী মেলাৰ । বুধবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কামাখ্যা মন্দিৰৰ মূলদ্বাৰ খোলাৰ পাচতেই প্ৰথমে মাৰ আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । সমাজৰ শান্তিৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি মন্তব্য সোণোৱালৰ । আনহাতে, অম্বুবাচী মেলাৰ সফল ৰূপায়ণ হোৱা বাবে সকলোকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ - কামাখ্যা
কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ পাচতেই প্ৰথমে মাৰ আশীষ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । সমাজৰ শান্তিৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি মন্তব্য সোণোৱালৰ
![কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3665567-thumbnail-3x2-cm-kkk.jpg?imwidth=3840)
কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ
গুৱাহাটী, 26 জুনঃ সামৰণি পৰিল মহা অম্বুবাচী মেলাৰ । বুধবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কামাখ্যা মন্দিৰৰ মূলদ্বাৰ খোলাৰ পাচতেই প্ৰথমে মাৰ আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । সমাজৰ শান্তিৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি মন্তব্য সোণোৱালৰ । আনহাতে, অম্বুবাচী মেলাৰ সফল ৰূপায়ণ হোৱা বাবে সকলোকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ
কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ
সামৰণি পৰিল মহা অম্বুবাচী মেলাৰ। বুধবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কামাখ্যা মন্দিৰৰ মূলদ্বাৰ খোলাৰ পিছতেই প্ৰথমে মাৰ আশিস লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সমাজৰ শান্তিৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰে সোণোৱালে। ইফালে অম্বুবাচীৰ সফল ৰূপায়নৰ হোৱা বাবে সকলোকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
Visual-Gmail
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932