ETV Bharat / state

বুলবুল কেন চিঙ'ৰ প্ৰথম দর্শনী উপভোগ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিধায়িকা আঙুৰলতা ডেকা ৷ ছবি গৃহত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাচতে সোণোৱালক সম্বৰ্ধনা জনাই অস্কাৰ মনোনীত ছবি পৰিচালিকা ৰিমা দাসে

author img

By

Published : Sep 20, 2019, 1:35 PM IST

বুলবুল কেন চিঙ'ৰ প্ৰথম দর্শনী উপভোগ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 20 চেপ্তেম্বৰঃ মহানগৰীৰ চিটি চেণ্টাৰৰ পি ভি আৰ চিনেমা হলত বুলবুল কেন চিঙৰ প্ৰথম দর্শনী । প্ৰথম দৰ্শনী চাবলৈ ছবিগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিধায়িকা আঙুৰলতা ৷ ছবিগৃহত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাচতে সোণোৱালক সম্বৰ্ধনা জনাই অস্কাৰ মনোনীত তথা ছবি পৰিচালিকা ৰীমা দাসে ৷ আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ছবিক কৈ খুবেই আশাবাদী বুলি কোৱাৰ লগতে ছবিখনে মুখ্যমন্ত্ৰী গৰাকীৰ শৈশৱৰ বহু কথা সোঁৱৰাই দিয়া বুলিও জানিবলৈ দিয়ে ৷

আনহাতে, প্ৰথম দৰ্শনীৰ দিনটোত আবেগিক হৈ পৰিল পৰিচালিকা ৰিমা দাস । নিজৰ ছবি খনক লৈ দেখা সপোন, নিজৰ ছবিক লৈ কৰা কাম সকলো কষ্ট সাৰ্থক হোৱা যেন অনুভব কৰিছে ৰিমা দাসে । মাতৃক কাষত লৈ আবেগিক ৰিমা দাসে কলে ছবি খনৰ বিষয়ে । অসমৰ মানুহৰ মৰম অসমৰ মানুহৰ ছবি খনক লৈ হেঁপাহ দেখি আনন্দিত ৰিমা দাস ।

ৰিমা দাসৰ মাতৃয়ে কলে জীয়ৰীৰ কৃতিত্বৰ বিষয়ে । ৰিমা দাসৰ দৰে জীয়ৰী থাকিলে সকলো মাক দেউতাক সুখী বুলি মাতৃয়ে ।

Intro:মহানগৰীৰ চিটি চেণ্টাৰৰ পি ভি আৰ চিনেমা হলত বুলবুল কেন চিঙৰ প্ৰথম দর্শনী। প্ৰথম দৰ্শনি চাবলৈ আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Body:মুখ্যমন্ত্ৰীৰ লগতে বিধায়িকা আঙুৰলতা উপস্থিত ছবি গৃহত । ছবি খনৰ পৰিচালক ৰিমা দাসে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ফুলাম গামোচাৰে সন্মান যাচে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ছবিক কৈ খুবেই আশাবাদী বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক শৈশৱৰ বহু কথা সোঁৱৰাই দিলে এই ছবি য়ে বুলি জানিবলৈ দিলে।
Bite :- চিনেমা চোৱাৰ আগত cm বাইট এটা mojot গৈছে আৰু চিনেমা চোৱাৰ পিছৰ বাইট live view ত গৈছে। প্লিজ চাব ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.