ETV Bharat / state

হাত চাপৰি-ঘন্টা বজাই কৃতজ্ঞতা সোণোৱাল-শুক্লবৈদ্যৰ

22 মাৰ্চ অৰ্থাৎ দেওবাৰে জনতা কাৰ্ফিউৰ মাজতে সন্ধিয়া 5 বজাত দেশবাসীয়ে নিজা নিজা পদুলিত হাত চাপৰি, শংখ, ঘন্টা আদি বজাই কৃতজ্ঞতা জ্ঞাপন কৰে জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলক ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো নিজ বাসগূহৰ

coronavirus
হাত চাপৰি-ঘন্টা বজাই কৃতজ্ঞতা সোণোৱাল-শুক্লবৈদ্যৰ
author img

By

Published : Mar 22, 2020, 8:12 PM IST

গুৱাহাটী, ২২ মাৰ্চঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই 22 মাৰ্চ অৰ্থাৎ দেওবাৰে জনতা কাৰ্ফিউৰ মাজতে সন্ধিয়া 5 বজাত দেশবাসীয়ে নিজা নিজা পদুলিত হাত চাপৰি, শংখ, ঘন্টা আদি বজাই কৃতজ্ঞতা জ্ঞাপন কৰে জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলক ৷ চিকিৎসক, নাৰ্চ, আৰক্ষী, সাংবাদিককে ধৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ কথা চিন্তা নকৰি ৰাইজৰ সেৱাত ব্ৰত থকা লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে দেশবাসীয়ে ।

হাত চাপৰি-ঘন্টা বজাই কৃতজ্ঞতা সোণোৱাল-শুক্লবৈদ্যৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও চৰকাৰী বাসগৃহ পৰাই বিয়লি পাঁচ বাজি যোৱাৰ লগে লগে হাত চাপৰিৰে কৃতজ্ঞতা যাচে সেইসকল লোকক । একেদৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো তেখেতৰ দিছপুৰস্থ চৰকাৰী বাসগৃহৰ চোতালত ঘন্টা বজাই কৃতজ্ঞতা জনাই জৰুৰীকালিন সেৱাত ব্যস্ত হৈ থকা লোকসকলক ।

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবেে ৰাইজক সজাগ কৰিবলৈ NDRF বিশেষ ভিডিঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.