ETV Bharat / state

বিধানসভা চলিব আৰু হিমন্তবিশ্ব শৰ্মাই পুৰী নাখাব ! হ'বই নোৱাৰে - ড৹ হিমন্তবিশ্ব শৰ্মা

বিধানসভাৰ কেন্টিনত চাহ-পুৰীৰ জুতি ললে ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ আগে পিছে মন্ত্ৰী হিচাপে কেন্টিনলৈ অহা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাচতো নেৰিলে সেই পৰম্পৰা ৷

cm himanta biswa sarma at assembly canteen

author img

By

Published : May 24, 2021, 9:27 PM IST

গুৱাহাটী, 24 মে': বিধানসভাৰ অধিবেশন চলিব আৰু বিধানসভা সচিবালয়ৰ পিচ চোতালত থকা কেন্টিনখনত ড৹ হিমন্তবিশ্ব শৰ্মাই চাহ-পুৰীৰ জুতি নলব ! এয়া হ'বই নোৱাৰে । বিগত ১৫ বছৰে বিধানসভাৰ অধিৱেশনৰ বা-বাতৰি সংগ্ৰহ কৰিবলৈ যিসকল সাংবাদিক বিধানসভালৈ গৈছে তেওঁলোকৰ বাবে এয়া কোনো নতুন দৃশ্য নহয় ।

cm himanta biswa sarma at assembly canteen
বিধানসভাৰ কেন্টিনত চাহ-পুৰীৰ জুতি ললে ড৹ হিমন্তবিশ্ব শৰ্মাই

আজিও ইয়াৰ ব্যতিক্ৰম নহ'ল । আজিও বিধানসভাৰ কেন্টিনত চাহ-পুৰীৰ জুতি ললে ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ আগে পিছে তেওঁ মন্ত্ৰী হিচাপে কেন্টিনলৈ আহে । আড্ডাত বহে । চাহ-পুৰীৰ সোৱাদ লয় । কিন্তু মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাচতো তেওঁ নেৰিলে সেই পৰম্পৰা ।

সোমবাৰে কেন্টিনত চাহ-পুৰীৰ সোৱাদ লোৱাৰ সময়ত তেওঁৰ সংগী আছিল সাংসদ কৃপানাথ মাল্লা, পল্লৱলোচন দাস, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক ৰূপেশ গোৱালা ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.