ETV Bharat / state

গুৱাহাটীত বৰদিনৰ ব্যাপক প্ৰস্ততি - গুৱাহাটীত বৰদিন

বৰদিনক লৈ সমগ্ৰ বিশ্বতে এতিয়া ব্যাপক উখল-মাখল পৰিৱেশ ৷ ব্যতিক্ৰম নহয় মহানগৰীও ৷ বজাৰসমূহত উভৈনদী হৈছে বৰদিনৰ বিভিন্ন সামগ্ৰী ৷

Christmas celebrate at guwahati
বৰদিনলৈ মাজত মাথো দুটা দিন
author img

By

Published : Dec 23, 2019, 1:54 PM IST

গুৱাহাটী, 23 ডিচেম্বৰ : সমাগত বৰদিন ৷ সমগ্ৰ বিশ্বতে বৰদিনক লৈ এতিয়া ব্যাপক উখল-মাখল পৰিৱেশ ৷ মহানগৰীতো পৱিত্ৰ দিনটোক লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ বৰদিনৰ বিভিন্ন সামগ্ৰীৰে মহানগৰীৰ বজাৰসমূহ উভৈনদী হৈ পৰিছে যদিও বৰদিনৰ বজাৰত দেখা গৈছে এক মন্দাৱস্থা ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ চলি থকা পৰিস্থিতিৰ বাবে এই মন্দাৱস্থাই দেখা দিছে বুলি মন্তব্য কৰে বিক্ৰেতা সকলে ৷ এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন ৷

আৰু পঢ়ক : দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে প্ৰাক বৰদিন

Intro:বৰদিনলৈ মাজত মাত্ৰ দুুটা দিনBody:
anchor::: বৰদিনলৈ মাজত মাত্ৰ দুটা দিন ৷ বৰদিনকলৈ ব্যাপক উখল মাখন খ্ৰীষ্টানধৰ্মী লোকৰ মাজত ৷ মহানগৰতীলৈ পৱিত্ৰ দিনটোক লৈ চলিছে প্ৰস্তুতি ৷ বজাৰত উভৈনদী হৈছে বৰদিনৰ ভিন্ন সামগ্ৰী ৷ কিন্ত বৰদিনৰ বজাৰত মন্দাৱস্থাৰ সৃষ্টি কৰিছে সংশোধিত নাগৰিকত্ব আইনে ৷

VO::: বৰদিন সমাগত ৷ বৰদিনক লৈ সমগ্ৰ বিশ্বতে এতিয়া ব্যাপক উখল মাখল পৰিবেশ ৷ বৰদিনৰ সমান্তৰালকৈ নতুন বছৰক আদৰাৰ বাবে সাজু হৈছে সকলো ৷ গুৱাহাটী মহানগৰীতো বৰদিন উপলক্ষ্যে বজাৰত উভৈনদী হৈছে ভিন্ন সামগ্ৰী ৷ কিন্ত মহানগৰীত বৰদিনৰ বজাৰত দেখা গৈছে এক মন্দাৱস্থাই ৷ সংশোধিত নাগৰিকত্ব আইনক লৈ চলি থকা পৰিস্থিতিৰ বাবেই এই মন্দাৱস্থাই দেখা দিছে বুলি বিক্ৰেতা সকলে মন্তব্য কৰে ৷

Bite::

VO:: ইয়াৰ মাজতে বৰদিন উদযাপনৰ বাবে কিছু সংখ্যকে লোকে বজাৰত বিছাৰিছে ভিন্ন সামগ্ৰী ৷ ছান্টাক্লজ,খীষ্ট্ৰমাষ্ট ট্ৰি,ষ্টাৰ লগতে অন্যান্য সামগ্ৰী বিছাৰি বজাৰলৈ আহিছে কিছু সংখ্যক গ্ৰাহক ৷ এয়া মহানগৰীৰ গনেশগুৰি, শিলপুখুৰীৰ দৃশ্য ৷ দোকান সমুহত এতিয়া বৰদিনৰ সামগ্ৰীৰে এক অনন্য মাত্ৰা দিছে ৷

Bite::

VO:: বৰদিন মানেই ৰঙীন আৰু পোহৰেৰে আলোকিত হোৱা এক উৎসৱ ৷ সেয়ে এতিয়া সকলোৰে মনত নতুনক আদৰি অনাৰ মিঠা উন্মাদনাত বিভোৰ ৷ কা বিৰুধী বিভিন্ন প্ৰতিবাদৰ মাজতে শান্তি আৰু ভ্ৰাতৃত্ববোধৰ প্ৰতিশ্ৰুতিৰে পালন কৰিব পবিত্ৰ বৰদিন ৷

 Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.