ETV Bharat / state

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - নেমকেয়াৰৰ সঞ্চালক

আন সকলো অনুষ্ঠান বাতিল কৰি দিল্লীৰ পৰা পোনে পোনে নেমকেয়াৰ হাস্পতাললৈ আহি জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ লয় মুখ্য়মন্ত্ৰী গৰাকীয়ে ৷

chief minister visit namcare hospital to investigate zubeen's health
জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Feb 29, 2020, 3:13 PM IST

গুৱাহাটী,29 ফেব্ৰুৱাৰীঃ নেমকেয়াৰত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আন সকলো অনুষ্ঠান বাতিল কৰি দিল্লীৰ পৰা পোনে পোনে নেমকেয়াৰলৈ আহি জুবিনৰ স্বাস্থ্যৰ খবৰ লয় মুখ্য়মন্ত্ৰী গৰাকীয়ে ৷ জুবিনৰ আশু আৰোগ্য কামনা কৰাৰ লগতে নেমকেয়াৰৰ সঞ্চালকৰ সৈতে জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে মুক্তি যুঁজাৰু হেম ভৰালীৰো স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

লগতে পঢ়কঃজুবিনক বিপদমুক্ত ঘোষণা চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.