ETV Bharat / state

গুৱাহাটীত স্মৃতি ইৰাণী - GUWAHAT8I

মোডী মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে মন্ত্ৰীত্ব লাভৰ পাচতে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী মন্ত্ৰী-আমোলাৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অসম ভ্ৰমণ
author img

By

Published : Jun 11, 2019, 6:35 PM IST

গুৱাহাটী, 11 জুন : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অসম ভ্ৰমণ ৷ কেন্দ্ৰীয় মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্ব লাভৰ পাচতে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰ অতিথিশালাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী মন্ত্ৰী-আমোলাৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী । ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰীয়ে আদৰণি জনোৱাৰ পাচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমাজ কল্যাণ, হস্ততাঁত-বস্ত্ৰ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী-আমোলাৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অসম ভ্ৰমণ

ৰাজ্যত পোষণ আৰু মাতৃ বন্দনা অভিযান আঁচনিৰ কাম লেহেমীয়া হোৱাৰ বাবে এই আঁচনি সম্পৰ্কতো পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ৰাজ্যত পোষণ আঁচনি মাত্ৰ ৫ শতাংশহে ৰূপায়ণ হৈছে সেয়েহে অহা ১১ মাহৰ ভিতৰত আঁচনিসমূহ ৰূপায়ণত কৰি লক্ষ্যত উপনীত হ'বলৈ সমাজ কল্যান বিভাগকক নিৰ্দেশ প্ৰদান কৰে স্মৃতি ইৰাণীয়ে ।ইপিনে এই বৈঠকৰ পাচতে সমাজ কল্যাণ বিভাগত পূৰ্বে সংঘটিত হোৱা কিছুমান দুৰ্নীতিৰ তদন্ত চলি থকাৰ বাবে এই আঁচনিসমূহ ৰূপায়ণত কিছু সময় লাগিছে বুলি সংবাদমেলযোগে উল্লেখ কৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়ক - খহনীয়াৰ বুজ ল'বলৈ লাহৰীঘাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ

Intro:গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। বৰঝাৰ বিমান বন্ধৰৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰ অতিথিশালাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে কেইবাগৰাকী মন্ত্ৰী-আমোলাৰ লগত বৈঠকত মিলিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।

Body:লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা ৰাহুল গান্ধীক পৰাস্ত কৰি মোদী মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভৰ পিছত দ্বিতীয় বাৰৰ বাবে অসম ভ্ৰমণলৈ আজি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে স্মৃতি ইৰাণী ব্ৰহ্মপুত্ৰ অতিথিশালাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে কেইবাগৰাকী মন্ত্ৰী-আমোলাৰ লগত বৈঠকত মিলিত হয়। ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ পিছত স্মৃতি ইৰাণীয়ে সমাজ কল্যান, হস্ততাঁত বস্ত্ৰ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী-আমোলাৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়।

ৰাজ্যত পোষণ আৰু মাতৃ বন্দনা অভিযান আঁচনিৰ কাম লেহেমীয়া হোৱাৰ বাবে এই আঁচনি পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। ৰাজ্যত পোষণ আঁচনি মাত্ৰ ৫ শতাংশ ৰূপায়ন হৈছে। অহা ১১ মাহৰ ভিতৰত আঁচনি সমূহ ৰূপায়নত ইস্পিত লক্ষ্য উপনীত হ'বলৈ সমাজ কল্যান বিভাগকক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্রীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে।

সমাজ কল্যান বিভাগত পূৰ্বে সংঘটিত হোৱা কিছুমান দুৰ্নীতিৰ তদন্ত চলি থকাৰ বাবে এই আঁচনি সমূহ ৰূপায়নত কিছু সময় লাগিছে বুলি ৰাজ্যৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰিমিলা ৰাণী ব্ৰাহ্মই সাংবাদিক জানিবলৈ দিয়ে।

বাইট : প্ৰিমিলা ৰাণী ব্ৰাহ্ম

Conclusion:সমাজ কল্যান বিভাগৰ লগতে ৰাজ্যত শিশুৰ মৃত্যৰ হাৰ বৃদ্ধি পোৱাকলৈ উদ্ধিগ্ন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰে স্মৃতি ইৰাণীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.