ETV Bharat / state

মহানগৰীৰ মালিগাঁৱৰ ব্যৱসায়ী সকলৰ এক বিশেষ পদক্ষেপ - CAA বিৰোধী আন্দোলন

প্ৰায় 45 খন ব্যৱসায়িক প্ৰতিষ্ঠনৰ স্বত্বাধিকাৰীয়ে মিলি বিভিন্ন ফুলৰ তাব লগাইছে সদাব্যস্ত এ.টি ৰোডৰ পদপথত ৷

ৱসায়ী সকলৰ এক বিশেষ পদক্ষেপ
ৱসায়ী সকলৰ এক বিশেষ পদক্ষেপ
author img

By

Published : Dec 28, 2019, 2:00 AM IST

গুৱাহাটী, 27 ডিচেম্বৰ: যি সময়ত একাংশ লোকে গুৱাহাটী মহানগৰীৰ পথসমূহত য’তে-ত’তে থু-পিক পেলাই কদর্যময় পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সময়তে সৌন্দৰ্য বৰ্ধনৰ বাবে মহানগৰীৰ মালিগাঁৱৰ ব্যৱসায়ী সকলৰ এক বিশেষ পদক্ষেপ ৷ মালিগাঁৱৰ এ.টি ৰোডৰ পদপথত ব্যৱসায়ী সকলে ফুলৰ তাব লগাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ প্ৰায় 45 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে মিলি বিভিন্ন ফুলৰ তাব লগাইছে সদাব্যস্ত পদপথটোত ৷ ইয়াৰ লগতে মালিগাঁৱৰ সমূহ ব্যৱসায়ীয়ে আন ব্যৱসায়ী সকলকো এনে পন্থা হাতত ল'বলৈ আহ্বান জনাইছে ৷

মালিগাঁৱৰ ব্যৱসায়ী সকলৰ এক বিশেষ পদক্ষেপ

উল্লেখ্য যে, গড়কাপ্তানি বিভাগ আৰু গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈছিল ৷ কিন্তু শেহতীয়াকৈ CAA বিৰোধী আন্দোলনৰ ফলত বহুটো স্থান পৰিণত হৈছে ধ্বংস স্তূপত ৷ তাৰ মাজতে এনে পদক্ষেপে নিশ্চয়কৈ এক ইতিবাচক দিশ কঢ়িয়াই আনিব বুলি আশা কৰিছে ব্যৱসায়ী সকলে ৷

লগতে পঢ়ক: মহানগৰীৰ গোশালাৰ পথৰ দাঁতিত উদ্ধাৰ দুটি কণমানি

Intro:সৌন্দৰ্যবৰ্ধনৰ বাবে গুৱাহাটীৰ মালিগাঁৱত ব্যৱসায়ীৰ বিশেষ পদক্ষেপ। মালিগাঁও এটি ৰোডত ব্যৱসায়ীসকলে ফুলৰ তাপ লগাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। প্ৰায় ৪৫ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰীয়ে মিলি পদপথত বিভিন্ন ফুলৰ তাপ লগাইছে। চৰকাৰী কোনো পদক্ষেপলৈ ৰৈ নাথাকি ব্যৱসায়ীসকলে এই প্ৰচেষ্টা হাতত লৈছে।

এনেদৰেই সকলোৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মূখত ভাগ সুন্দৰকৈ ৰাখিলে আমাৰ গুৱাহাটীখন ধুনীয়া হৈ পৰিব। এই উদ্দেশ্যেৰ প্ৰতি লক্ষ্য ৰাখিয়ে ব্যৱসায়ীসকলে এই প্ৰচেষ্টা হাতত লোৱা বুলি উল্লেখ কৰে ব্যৱসায়ী শংকৰ পালে। তাৰোপৰি এই প্ৰচেষ্টা আৰম্ভ কৰা অভিজিৎ ফাৰ্নিচাৰৰ স্বতাধিকাৰী বিশ্বজিৎ সূত্ৰধৰে ক'লে "জিএম ডি এৰ সমান্তৰালকৈ প্ৰতিজন নাগৰিকে আমাৰ নিজৰ চহৰখন সজাই পৰাই ৰখাটো দায়িত্ব"।

উল্লেখযোগ্য যে গড়কাপ্তানি বিভাগ আৰু গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটী মহানগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈছিল। কিন্তু শেহতীয়াকৈ কা' বিৰোধী আন্দোলনত একাংশৰ হিংসাত্মক কাৰ্যকলাপৰ বাবে বহুটো স্থান ধ্বংসস্তুপত পৰিণত হৈছে। তাৰ মাজেতে এনেধৰণৰ পদক্ষেপে নিশ্চিতভাৱে এক ইতিবাচক দিশ কঢ়িয়াই আনিছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.