ETV Bharat / state

খলকনি তুলিছেে ৰীমা দাসৰ 'বুলবুল কেন চিঙে'

author img

By

Published : Sep 20, 2019, 2:57 PM IST

চাও আহক, ছবিখন চাই কি ক'লে জলিউডৰ তাৰকাসকলে.....

আজি মুক্তি পাব 'বুল বুল কেন চিং'

গুৱাহাটী,20 ছেপ্টেম্বৰঃ অসমৰ মুঠ 29 টা ছবিগৃহত আজি মুক্তি লাভ কৰিব ৰীমা দাসৰ "বুল বুল কেন চিং " ছবিখন ৷ বৃহস্পতিবাৰে ছবিখনৰ বিশেষ প্ৰদৰ্শনী ৰখা হয় গুৱাহাটীৰ পি ভি আৰ ছবিগৃহত ৷ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ-নবীন তাৰকালৈকে বহু কেইজন ব্যক্তি উপস্থিত থাকে ছবিখনৰ বিশেষ প্ৰদৰ্শনীত ৷ ছবিখন চাই নিপন গোস্বামীৰ পৰা আৰম্ভ কৰি কপিল বৰালৈকে সকলোৱে ব্যক্ত কৰিলে মনৰ অনুভৱ ৷ ছবিখন সকলোকে চাবলৈ অনুৰোধ ছবি খনৰ কলা কুশলীৰ লগতে ৰীমা দাসৰ । লগতে ছবিখনকলৈ যথেষ্ট আশাবাদী বুলি ব্যক্ত কৰে ৰীমা দাসে ৷

ৰীমা দাসৰ 'বুলবুল কেন চিং'

Intro:অসমৰ মুঠ 29 টা ছবি গৃহত মুক্তি লাভ কৰিব বুলবুল কেন চিঙ ছবি খনে। ছবি খনক লৈ খুব আশাবাদী ৰিমা দাস। ৰিমা দাস জানিবলৈ দিয়া অনুসৰি অস্কাৰৰ বাবে ইতিমধ্যেই যোজা চলাইছে বুলবুল কেন চিঙ ছবি খনে।

Body:বুলবুল কেন চিঙ ছবিৰ কলা কুশলী সকলে ব্যক্ত কৰিলে মনৰ কথা। আজি মুক্তি পাব লগা বুলবুল কেন চিঙ ছবি খন চাবলৈ সকলোকে চাবলৈ অনুৰোধ ছবি খনৰ কলা কুশলী লগতে ৰিমা দাসৰ।
Bite:- কলা কুশলী।
ছবি খন চাই নিপন গোস্বামী আৰু কপিল বৰাই ব্যক্ত কৰিলে মনৰ ভাব। এখন সুন্দৰ ছবি , বাস্তৱিক আকাৰত নিৰ্মান কৰিলে ৰিমা দাসে ।
Bite:- nipon গোস্বামী।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.