ETV Bharat / state

ছয়গাঁৱৰ দুৰ্ঘটনাত আহতৰ খবৰ ল'বলৈ সঞ্জীৱনী হাস্পতালত বকোৰ বিধায়িকা

author img

By

Published : Aug 7, 2019, 8:00 PM IST

এন আৰ চি শুনানিৰ পৰা আহি থকা অৱস্থাত ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুৰ্ভগীয়া জনৰ কাযত বকোৰ বিধায়িকা

সঞ্জীৱনী হাস্পতালত বকোৰ বিধায়িকা

গুৱাহাটী,7 আগষ্টঃ এন আৰ চি শুনানিৰ পৰা আহি থকা অৱস্থাত ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হৈছিল এক ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ ৪০জন যাত্ৰী থকা এখন আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হয় ২গৰাকী আৰু আহত হয় ১৫গৰাকীকৈ লোক ৷ ইয়াৰে জয়নাল আবেদিন আৰু দৰবেছ আলী চিকিৎসাধীন হৈ আছে সঞ্জীৱনী হাস্পতালত। দুয়োজনৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়খনত উপস্থিত হয় বকোৰ বিধায়িকা নন্দিতা দাস। এন আৰ চিৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি এন আৰ চি কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ ব্যক্ত কৰে বিধায়িকা গৰাকীয়ে। লগতে পুনৰীক্ষণৰ নামত এনেদৰে সাধাৰণ ৰাইজক হাৰাশাস্তি নকৰিবলৈ এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনাই বকোৰ বিধায়িকা নন্দিতা দাসে।

Intro:NRCৰ শুনানিৰ পৰা আহি থকা অৱস্থাত ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা৷ ৪০জন যাত্ৰী থকা এখন আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ২গৰাকী আৰু ১৫গৰাকীকৈ লোক আহত হয়৷ ইয়াৰে জয়নাল আবেদিন আৰু দৰবেছ আলী চিকিৎসাধীন হৈ আছে সংজীৱনী হাস্পতালত। দুয়োজনৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়খনত উপস্থিত হয় বকোৰ বিধায়িকা নন্দিতা দাস। এন আৰ চিৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি এন আৰ চি কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ ব্যক্ত কৰে। পুনৰীক্ষণৰ নামত এনেদৰে সাধাৰণ ৰাইজক হাৰাশাস্তি নকৰিবলৈ এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনাই বকোৰ বিধায়িকা নন্দিতা দাসে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.