ETV Bharat / state

অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিয়ে দিব চৰকাৰৰ কামৰ খতিয়ান

author img

By

Published : Jun 11, 2020, 6:46 PM IST

উল্লেখযোগ্য যে গোটেই ব্যৱস্থা ডিজিটেলি কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও সংবাদমেলৰ জৰিয়তে অৱগত কৰে। আঠটা মৰ্চাৰ তিনিখনকৈ ভিডিঅ' কনফাৰেঞ্চ আৰম্ভ হৈছে। বৃহস্পতিবাৰৰ পৰা আই টি চেল জিলা পৰ্যায়ৰ ভিডিঅ' কনফাৰেঞ্চ আৰম্ভ হৈছে। ১৪ জুনৰ পৰা মণ্ডল স্তৰত হব ভিডিঅ' কনফাৰেঞ্চ। আনহাতে ১৬ জুনৰ পৰা জনসম্পৰ্কৰক্ষী অভিযান আৰম্ভ হ'ব ৷ ইয়াত ৫০ লক্ষাধিক লোকৰ পৰিয়ালক সামৰি লোৱা হ'ব।

BJP pressmeet at Guwahati
অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিয়ে দিব চৰকাৰৰ কামৰ খতিয়ান

গুৱাহাটী, 11 জুনঃ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু অসম চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আগন্তুক দলীয় কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল সন্মোধন কৰে বিজেপিৰ ৰাজ‍্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই আৰু ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ে। সংবাদমেলৰ জৰিয়তে,তেওঁলোকে জনাই যে,অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিৰ কাৰ্যকৰ্তাই চৰকাৰৰ কামৰ খতিয়ান দিব ৷ লগতে প্ৰতিটো পৰিয়ালৰ ঘৰত কেৱল দুজন কাৰ্যকৰ্তাহে যাব । সামাজিক দুৰত্ব ওপৰত লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে ।

উল্লেখযোগ্য যে গোটেই ব্যৱস্থা ডিজিটেলি কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও সংবাদমেলৰ জৰিয়তে অৱগত কৰে। আঠটা মৰ্চাৰ তিনিখনকৈ ভিডিঅ' কনফাৰেঞ্চ আৰম্ভ হৈছে। বৃহস্পতিবাৰৰ পৰা আই টি চেল জিলা পৰ্যায়ৰ ভিডিঅ' কনফাৰেঞ্চ আৰম্ভ হৈছে। ১৪ জুনৰ পৰা মণ্ডল স্তৰত হ'ব ভিডিঅ' কনফাৰেঞ্চ। আনহাতে ১৬ জুনৰ পৰা জনসম্পৰ্কৰক্ষী অভিযান আৰম্ভ হ'ব ৷ ইয়াত ৫০ লক্ষাধিক লোকৰ পৰিয়ালক সামৰি লোৱা হ'ব।

লগতে পঢ়কঃ ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

প্ৰথম পৰ্যায়ত দিনৰ ১১ বজাত মুখ্যমন্ত্ৰী,নেডাৰ আহ্বায়ক আৰু ৰাজ্যিক সভাপতিয়ে জনসম্পৰ্কৰক্ষী অভিযান শুভাৰম্ভণি কৰিব। মুখ্যমন্ত্ৰীয়ে বকো,ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পশ্চিম গুৱাহাটী আৰু নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই তামূলপুৰত উদ্বোধন কৰিব। ভাইচুৱেল ৰেলী অসমত তিনিখন হ'ব । মৰ্চাৰ সদস্যসকলে হেণ্ড চেনীটাইজাৰ আৰু মাস্ক লগোৱাটো বাধ্যতামূলক। 18 জুনত গুৱাহাটীৰ কলাক্ষেত্ৰত প্ৰথমখন জনসম্পৰ্কৰক্ষী অভিযান অনুষ্ঠিত হ'ব ৷ এই ৰেলী ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দাই সম্বোধন কৰিব । 21 তাৰিখে শিলচৰ দ্বিতীয়খন, 24 জুনত ডিব্ৰুগড়ত তৃতীয়খন অনুষ্ঠিত হ'ব। আত্মনির্ভৰ অসম গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব বিজেপিয়ে। পাঁচখনকৈ ভিডিঅ' কনফাৰেঞ্চ হ'ব । কৃষক, এন্টাৰপেনাৰ ,এম এছ এ বিৰ লগত হ'ব ভিডিঅ' কনফাৰেঞ্চ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.