ETV Bharat / state

মুখ্যমন্ত্রীক প্ৰশংসা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহাৰ

এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহা (Rituraj Sinha in Guwahati)। ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত নৱনিৰ্মীত মুখ্য কাৰ্যালয় পৰিদৰ্শন ৰিতুৰাজ সিনহাৰ । ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকৰ্তাৰে মত বিনিময় ।

author img

By

Published : Sep 25, 2022, 10:01 PM IST

গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহা

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ-পূবৰ সহ-সমন্বয়ক ৰিতুৰাজ সিনহা আজি এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় (Rituraj Sinha in Guwahati)। ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে(BJP national secretary) দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ(Assam BJP president Bhabesh kalita) উপস্থিতিত দিছপুৰ মণ্ডল সমিতিৰ অন্তৰ্গত ৭ নং বুথৰ ৰেলৱে কলনীস্থিত শ্ৰীশ্ৰী কালী মন্দিৰৰ প্ৰাংগণত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে পণ্ডিত দীনদয়াল উপাধ্যায় জন্মজয়ন্তী উপলক্ষে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনায় (Deen Dayal Upadhyaya birth anniversary)। এই কাৰ্যসূচীৰ পাচতেই ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত নৱনিৰ্মীত মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে । সন্ধিয়া ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত(Assam BJP new head office) ৰিতুৰাজ সিনহাই দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে ।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ শাসনত অসমত সৰ্বাংগীন বিকাশৰ পথ প্ৰশস্ত হৈছে । তেওঁ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বৰ লগতে দলৰ কাৰ্যকৰ্তা কাম-কাজৰ শলাগ লয় । উল্লেখ্য যে, বশিষ্ঠত নিৰ্মাণ কৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়টো ৮ অক্টোবৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব ৷

লগতে পঢ়ক: আইন ভংগ কৰি নিশা কাজিৰঙাত প্ৰৱেশ: মুখ্যমন্ত্ৰীসহ সদগুৰুৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.