ETV Bharat / state

উলেমা কাউন্সিল-বিজেপিৰ সম্পৰ্কক লৈ কি ক’লে মমিনুল আৱালে ?

বিজেপিৰ 100+ মিচন, বিৰোধীৰ ‘সংখ্যালঘু’ ভোট, উলেমা কাউন্সিলৰ সৈতে বিজেপিৰ সম্পৰ্ক আদি বহু প্ৰশ্নৰ উত্তৰ ইটিভি ভাৰতযোগে প্ৰকাশ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ তথা বিজেপি নেতা মমিনুল আৱালৰ ৷ লগতে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ 5 বছৰীয়া খতিয়ান দিয়ে বিজেপি নেতাগৰাকীয়ে ৷

mominul awal
মমিনুল আৱাল
author img

By

Published : Jan 25, 2021, 6:39 PM IST

গুৱাহাটী,25 জানুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত । ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়তাবাদী দলসমূহৰ হাই প্ৰফাইল নেতাসকলে ৰাজনৈতিক সভা অনুষ্ঠিত কৰি চমক সৃষ্টি কৰাৰ সমান্তৰালকৈ সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব প্ৰয়াসীয়ে চলাইছে ব্যাপক প্ৰচাৰ অভিযান ।

মমিনুল আৱাল

শাসকীয় দলৰ ১০০+ মিচন কেনেকৈ সফল হ'ব ? বিৰোধীৰ ‘সংখ্যালঘু’ ভোটাৰে কিয় বিজেপিক আকোঁৱালি ল’ব ? উলেমা কাউন্সিলৰ সৈতে বিজেপিৰ সম্পৰ্ক কি ? 37 নং পূৱ গোৱালপাৰা সমষ্টিত কোনে ‘মমিনুল আৱাল মুৰ্দাবাদ’ ধ্বনি দি পুত্তলিকা দাহ কৰিছে ? সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ ৫ বছৰীয়া খতিয়ান ইটিভি ভাৰতযোগে প্ৰকাশ কৰে বিজেপি নেতা মমিনুল আৱালে ৷

মমিনুল আৱাল

সমাগত নিৰ্বাচনক লৈ পূৰ্ণগতিত প্ৰস্তুতি চলাইছে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷ এইবাৰো ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি নেতাগৰাকী আশাবাদী ৷ ইফালে উলেমা কাউন্সিলৰ ৰছিদ মৌলানাক চিনি নোপোৱাৰ কথা ব্যক্ত কৰে মমিনুল আৱালে ৷

মমিনুল আৱাল

তেওঁ উলেমা কাউন্সিল আৰু বিজেপিৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিৰোধী দলে ভুৱা প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত 100+ মিচনত সফল হ’বলৈ ৰাইজে সহায় আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে ৷

মমিনুল আৱাল

লগতে পঢ়ক : অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.