গুৱাহাটী, 24 মাৰ্চ : শনিবাৰে তেজপুৰত আৰ পি শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা ব্যক্তিগত আক্ৰমণক লৈ মন্ত্ৰী হিমন্তৰ প্ৰতিক্ৰিয়া ৷ কাৰো ব্যক্তিগত কথাত গুৰুত্ব নিদিওঁমই, মোক সমালোচনা কৰাটো এটা নতুন বিষয় নহয় বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ ৷ সোমবাৰে গুৱাহাটী বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৰাজ্য়ৰ 10টা সমষ্টিত অনায়াসে বিজেপিয়ে জয়ী হোৱাৰ পৰিৱৰ্তেকলিয়াবৰ, ধুবুৰী, বৰপেটা, কৰিমগঞ্জতহে তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব বুলি মন্তব্য কৰে ৷ ইপিনে কংগ্ৰেছৰ দৰে বিজেপিত টিকট নোপোৱা বুলি কোনো ধাৰা নাই বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্তই ৷
লোকসভাৰ 10 খন আসনত আমাৰ কোনো প্ৰতিদ্বন্দী নাই : মন্ত্ৰী হিমন্ত - গুৱাহাটী
কলিয়াবৰ, ধুবুৰী, বৰপেটা, কৰিমগঞ্জতহে আন প্ৰাৰ্থীৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ আশংকা