ETV Bharat / state

হেঙেৰাবাৰীৰ কাৰ্বি যুৱ সংঘৰ খেলপথাৰত ৰক্তদান শিবিৰ

author img

By

Published : Sep 14, 2019, 6:26 PM IST

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি শনিবাৰে হেঙেৰাবাৰীৰ কাৰ্ৱি যুৱ সংঘৰ খেলপথাৰত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজে ৰক্তদান কৰি আৰম্ভ কৰিলে এই শিবিৰৰ

হেঙেৰাবাৰীৰ কাৰ্বি যুৱ সংঘৰ খেলপথাৰত ৰক্তদান শিবিৰ

গুৱাহাটী, 14 চেপ্তেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে জন্মদিন সেৱা সপ্তাহ। 14-20 চেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই সেৱা সপ্তাহত চিকিৎসালয়ৰ ৰোগীক বিনামূলীয়া ফলমূল বিতৰণ,ঔষধ বিতৰণ,ৰক্তদান শিবিৰসহ আন কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈছে বিজেপিয়ে ।

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি শনিবাৰে হেঙেৰাবাৰীৰ কাৰ্ৱি যুৱ সংঘৰ খেলপথাৰত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজে ৰক্তদান কৰি আৰম্ভ কৰিলে এই শিবিৰৰ। ৰক্তদান কৰি সভাপতি গৰাকীৰ মন্তব্য আজিৰ পৰা আমাৰ 42 লাখ কাৰ্যকৰ্তাই বন্ধ কৰক পলিথিন বেগ। প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰক্তদান শিবিৰত ৰঞ্জিত দাসৰ লগতে উপস্থিত থাকে সাংসদ কুইন ওজা আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা ।

Intro:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সপ্তাহ উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে এই সেৱা সপ্তাহ। ১৪-২০ ছেপ্টেম্বৰ লৈ অনুষ্ঠিত হব লগা এই সেৱা সপ্তাহত চিকিৎসালয়ৰ ৰোগীক বিনামূলীয়া ফলমূল বিতৰণ, ঔষধ বিতৰণ, ৰক্তদান শিবিৰসহ আন কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈছে বিজেপিয়ে।

Body:সেৱা সপ্তাহৰ লগত সংগতি ৰাখী শনিবাৰে হেংৰাবাৰীৰ কাৰ্বি যুৱ সংঘৰ খেলপথাৰত ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰে বিজেপিয়ে । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজে ৰক্ত দান কৰি আৰম্ভ কৰিলে এই শিবিৰৰ । ৰক্তদান কৰি সভাপতি গৰাকীৰ মন্তব্য আজিৰ পৰা আমাৰ ৪২ লাখ কাৰ্যকৰ্তাই বন্ধ কৰক পলিথিন বেগ । Conclusion:প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰক্তদান শিবিৰত ৰঞ্জিত দাসৰ লগতে উপস্থিত সাংসদ কুইন ওজা আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.