ETV Bharat / state

যুৱক নিৰুদ্দেশঃ আটক ভূতনাথৰ 2 চণ্ডাল

মহানগৰীৰ ভূতনাথত চাঞ্চল্যকৰ ঘটনা । যোৱা ১৫ তাৰিখে বিয়লি ভূতনাথ শ্মশান আহিছিল যোৰহাটৰ অসীম বৰুৱা নামৰ যুৱকজন । শ্মশানত এজন চণ্ডালৰ লগত বাক-বিতণ্ডাত লিপ্ত হৈছিল যুৱকজন । ম’বাইলৰ বাবে চণ্ডালৰ লগত মতানৈক্যত লিপ্ত হৈছিল যুৱকজন ৷ যুৱক জনক হত্যা কৰাৰ সন্দেহ ৷

author img

By

Published : Jul 18, 2019, 3:20 PM IST

ভূতনাথত চাঞ্চল্যকৰ ঘটনাঃ আটক দুগৰাকীকৈ চণ্ডাল

গুৱাহাটী, 18 জুলাইঃ অসীম বৰুৱা নামৰ যুৱকজনৰ নিৰুদ্দেশ হোৱা ঘটনাক লৈ মহানগৰীৰ ভূতনাথৰ চাণ্ডালৰ বিস্ফোৰক স্বীকাৰোক্তি ৷ ম’বাইলৰ বাবে কাজিয়া হৈছিল অসীমৰ সৈতে ।
ভৰলুমুখ আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰ ভিত্তিত ৩৪১/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি আটক কৰে ভূতনাথৰ পৰা দুজনকৈ চণ্ডালক ৷ আটকাধীন চাণ্ডাল দুজন হৈছে ভগীৰথ সৰকাৰ আৰু নৱ দাস ।

ভূতনাথত চাঞ্চল্যকৰ ঘটনাঃ আটক দুগৰাকীকৈ চণ্ডাল

আটকাধীন চণ্ডাল দুজন আৰক্ষীৰ জেৰাত যুৱকজন ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ কথা স্বীকাৰ কৰে । যুৱকজনৰ সৈতে ভগীৰথ সৰকাৰৰ সৈতে হোৱা কাজিয়াই এটা সময়ত লয় ভয়ংকৰ ৰূপ । আটকাধীন চণ্ডাল ভগীৰথ সৰকাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰত SDRF-NDRF বাহিনীয়ে অভিযান চলায় । কিন্তু অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈ পৰিচয় জানিব পৰা হোৱা নাই উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকীৰ । দুয়োটা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে চলাই আছে তদন্ত ।

Intro:মহানগৰীৰ ভূটনাথত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। যোৱা ১৫ তাৰিখে বিয়লি ভূতনাথ শ্মশান আহিছিল যোৰহাটৰ অসীম বৰুৱা নামৰ যুৱক। শ্মশানত এজন চণ্ডালৰ লগত বাকবিতণ্ডাত লিপ্ত হৈছিল যুৱকজন। মোবাইলৰ বাবে চণ্ডালৰ লগত কাজিয়া হৈছে অসীমৰ। পিছত ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱকজনৰ পৰিয়ালে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই ভৰলুমুখ আৰক্ষীয়ে ৩৪১/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি আটক কৰে ভূটনাথৰ চণ্ডাল ভগীৰথ সৰকাৰ আৰু নৱ দাসক। আটকাধীন চণ্ডাল দুটাই আৰক্ষীৰ জেৰাত যুৱকজন ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ কথা স্বীকাৰ কৰে। দুয়োৰে মাজত কাজিয়া হৈ এটা সময়ত কাজিয়াই লয় ভয়ংকৰ ৰূপ। আটকাধীন চণ্ডাল ভগীৰথ সৰকাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ পানীত SDRF-NDRFয়ে অভিযান চলাই। অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়। বৰ্তমানলৈ পৰিচয় জানিব পৰা হোৱা নাই উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ। আনহাতে আৰক্ষীয়ে দুয়োটা ঘটনা সন্দৰ্ভত ক্ষীপ্ৰতাৰে চলাই আছে অভিযান।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.