ETV Bharat / state

"অসম চৰকাৰৰ ভুলৰ বাবে গোৰ্খাসকলৰ নাম বাদ পৰিল"-ভাৰতীয় গোৰ্খা পৰিসংঘ

author img

By

Published : Sep 22, 2019, 3:03 PM IST

অসম চৰকাৰৰ ভুলৰ বাবে এনেদৰে গোৰ্খা সকলৰ নাম বাদ পৰিল বুলিও অভিযোগ তোলে । আনহাতে সংগঠনটোৰ নেতৃত্বই অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ।

ভাৰতীয় গোৰ্খা পৰিসংঘ

গুৱাহাটী,22ছেপ্টেম্বৰঃ "নেপালী গোৰ্খাসকলে বিদেশী ন্যায়াধীকৰণত গৈ নাগৰিকত্ব প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই । বিদেশী ন্যায়াধীকৰণে গোৰ্খাসকলক নাগৰিকত্ব প্ৰমান বিচাৰি হাৰাশাস্তি আৰু সন্মান বিঘ্নিত কৰিছে ।" দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই গুৰুতৰ অভিযোগ ভাৰতীয় গোৰ্খা পৰিসংঘৰ ।

"অসম চৰকাৰৰ ভুলৰ বাবে গোৰ্খাসকলৰ নাম বাদ পৰিল"-ভাৰতীয় গোৰ্খা পৰিসংঘ

সংবাদমেলত তেওঁলোকে কয় যে গোৰ্খা লোকৰ প্ৰায় 1 লাখ লোকৰ নাম বাদ পৰিছে । লগতে ডি ভোটাৰ আৰু কিছু লোকৰ উপাধিৰ বাবে নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে বুলি মন্তব্য কৰে তেওঁলোকে । ইপিনে অসম চৰকাৰৰ ভুলৰ বাবে এনেদৰে গোৰ্খা সকলৰ নাম বাদ পৰিল বুলিও অভিযোগ তোলে । আনহাতে সংগঠনটোৰ নেতৃত্বই অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ।

Intro:নেপালী গোৰ্খা সকলে বিদেশী ন্যায়ধীকৰনত গৈ নাগৰিকত্ব প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই । বিদেশী ন্যায়ধীকৰনে গোৰ্খা সকলক নাগৰিকত্ব প্ৰমান বিচাৰি হাৰাশাস্তি আৰু সন্মান বিঘ্নিত কৰিছে । এই গুৰুতৰ অভিযোগ ভাৰতীয় গোৰ্খা পৰিসংঘ ।

Body:দেওবাৰে দিচপৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে সংগঠনটোৱে । সংবাদমেলত তেওঁ লোকে কয় যে গোৰ্খা লোকৰ প্ৰায় 1 লাখ লোকৰ নাম পৰিছে । আমাক এখন শুদ্ধ এন আৰ চি লাগে । যত কোনো ভাৰতীয়ৰ নাম বাদ পৰিব নোৱাৰিব । ডি ভোটাৰ আৰু কিছু লোকৰ উপাধিৰ বাবে নাগৰিক পঞ্জী ৰ পৰা বাদ পৰিছে বুলি মন্তব্য কৰে তেওঁ লোকে । অসম চৰকাৰৰ ভুলৰ বাবে এনেদৰে গোৰ্খা সকলৰ নাম বাদ পৰিল বুলি অভিযোগ তোলে । এই সকল লোকক সাক্ষাৎ কৰাৰৰ উদেশ্য এটা সজাতি দলে সপ্তাহ জোৰা কাৰ্যসূচীৰে যাত্ৰা আৰম্ভ কৰিছিল । হোজাই পৰা যাত্ৰা আৰম্ভ কৰা এই ভ্ৰমণৰ জৰিয়তে গোৰ্খা সকলক সাক্ষাৎ কৰি গুৱাহাটীত সাসৰনি মাৰে । সংগঠনৰ টোৰ নেতৃত্ব ই কয় যে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ।লগতে ডি ভোটাৰৰ তালিকাৰ পৰা প্ৰকৃত ভাৰতীয় সকলৰ নাম বাদ পেলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কোনো ধৰণৰ আবেদন দাখিল নকৰিলে । গতিকে গোৰ্খা সকলৰ বাবে আমিয়েই যুজঁ দি যাম বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্ব ই ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.