ETV Bharat / state

মৃত্যুমুখী মৃত্যুঞ্জয় সেৱা - চিকিৎসালয়

যিসময়ত এখন এম্বুলেঞ্চৰ অভাৱত গ্ৰামাঞ্চলত ৰোগীক ঠেলাত হাস্পতাললৈ নিবলগীয়া হৈছে তেনে সময়তে মহানগৰীত মেৰামতিৰ অভাৱত পেলাই থোৱা হৈছে 108 সেৱাৰ এম্বুলেঞ্চ।

মেৰামতিৰ অভাৱৰ বাবে চিকিৎসালয়ত পৰি ৰৈছে এম্বলেঞ্চ
author img

By

Published : Mar 7, 2019, 4:32 PM IST

গুৱাহাটী, ৭ মাৰ্চ : ৰাজ্যত স্বাস্থ্য বিভাগৰ উন্নয়নৰ শ্ল'গান দি থকাৰ সময়তে পোহৰলৈ আহিছে এক বিপৰীত দৃশ্য । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পেক্ষাগৃহৰ চৌহদত মেৰামতিৰ অভাৱত পৰি আছে মৃত্যুঞ্জয়108 সেৱাৰ বহুসংখ্যকগাড়ী।

সামান্য মেৰামতিৰ বাবেই চৌহদটোত পেলাই থৈছে 108 সেৱাৰ গাড়ীকেইখন । যিসময়ত এখন এম্বুলেঞ্চৰ অভাৱত গ্ৰামাঞ্চলত ৰোগীক ঠেলাত হাস্পতাললৈ নিবলগীয়াহৈছে তেনে সময়তে মহানগৰীত এনেদৰে মেৰামতিৰ অভাৱত পেলাই থোৱা হৈছেএম্বুলেঞ্চসমূহ।

Intro:ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ শ্লগান দি থকাৰ সময়তে পোহৰলৈ আহিছে এক বিপৰীত দৃশ্য ।

Body:খোদ গুৱাহাটী মহানগৰীতে স্বাস্থ্য বিভাগৰ এক ফোপোলা স্বৰূপ উন্মোচিত হৈছে ।এয়া গুৱাহাটী মেডিকেল কলেজৰ পেক্ষাগৃহ চৌহদ ।এই চৌহদটৌতে মেৰামতিৰ অভাৱত পৰি ৰৈছে বহু সংখ্যক 108 সেৱাৰ গাড়ী ।চৌহদটোত সামান্য মেৰামতিৰ বাবেই এনেদৰে পেলাই থৈছে 108 সেৱাৰ গাড়ী ।

PTC

যি সময়ত এখন 108 সেৱা গাড়ী ৰ অভাৱত গ্ৰামাঞ্চলত ৰোগীক ঠেলাত হাস্পতাললৈ কঢ়িয়াব লগা হৈছে সেই সময়তে মহানগৰীত এনেদৰে মেৰামতিৰ অভাৱত পেলাই ৰাখিছে গাড়ী ।ৰাজ্যৰ চৌদিশে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে এই দৃশ্য ই অন্য এক দিশ হে উন্মোচিত কৰিছে ।কেৱল মেৰামতিৰ অভাৱৰ বাবেই এই সমূহ এম্বলেঞ্চ গাড়ী পেলাই ৰখাৰ যুক্তি আছেনে??

বাইট

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.