ETV Bharat / state

তিনি দিনৰ অন্তত আৰম্ভ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা সেৱা - গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

Covid 19 ত আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পিছত তিনিদিনৰ বাবে বন্ধ কৰা হৈছিল মহানগৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা সেৱা । পুনৰ সোমবাৰৰ পৰা প্ৰতিষ্ঠানখনত আৰম্ভ হৈছে নিয়মীয়া চিকিৎসা সেৱা ৷

b baruah cancer hospital re open after found covid 19 positive guwahati kamrup metro assam etv bharat news
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
author img

By

Published : May 11, 2020, 10:19 AM IST

গুৱাহাটী,11 মে’ : ৰাজ্যত প্ৰতিদিনে কৰ’ণা আক্রান্তৰ বৰ্ধিত সংখ্যাৰ প্ৰতি স্বাভাৱিকতে সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ । মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ এই ভাইৰাছ বিয়পোৱাৰ পিচত বন্ধ কৰি দিয়া হৈছিল চিকিৎসালয় দুখনৰ মুখ্য প্ৰৱেশদ্বাৰ ।

চিকিৎসা সেৱা আৰম্ভ

উল্লেখ্য যে,বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ঠিকাভিত্তিত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ নাতিনীয়েকৰ কৰ'ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু ঘটাৰ পিচত তিনিদিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল প্ৰতিষ্ঠানখনৰ দ্বাৰ । ফলত বাহিৰৰ ৰোগীয়ে প্ৰৱেশ কৰিব পৰা নাছিল প্ৰতিষ্ঠানখনত । কিন্তু,সোমবাৰৰ পৰা পুনৰ প্ৰতিষ্ঠানখনৰ মুখ্য প্ৰৱেশদ্বাৰ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰাত স্বাভাৱিকতে সকাহ লাভ কৰিছে ৰোগীসকলে ৷

লগতে চাওকঃ প্ৰকৃতিপ্ৰেমৰ চানেকি দেখুওৱা যুৱকজন...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.