ETV Bharat / state

বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ ৮৫সংখ্যক জন্ম জয়ন্তী - prabhat_sharma

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদান কৰা হয় সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা

বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ ৮৫সংখ্যক জন্ম জয়ন্তী
author img

By

Published : Jul 7, 2019, 11:12 PM IST

গুৱাহাটী, ৭ জুলাইঃ দেওবাৰে উদযাপন কৰা হয় অসমৰ বিস্ময়কৰ লোকবাদ্য সুৰ সমলয় 'দেৱগান্ধাৰৰ' স্ৰষ্টা, বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ ৮৫সংখ্যক জন্ম জয়ন্তী । মহানগৰীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিত্ৰাচলৰ আৰু সৰগম সংগীত বিদ্যালয়ৰ উদ্যোগত পালন কৰা হয় বৰেণ্য ব্যক্তিগৰাকীৰ জন্ম দিৱস । দেববাদ্য খোলবাদক গীৰেণ কলিতালৈ আগবঢ়োৱা হয় এই বৰ্ষৰ সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা । বৰেণ্য ব্যক্তিগৰাকীৰ জন্ম দিৱসত এই বঁটা লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে শিল্পী গীৰেণ কলিতা । ইফালে সৰগম সংগীত বিদ্যালয়ে 'প্ৰভাত শৰ্মাৰ লোক সংগীত'ৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে । সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ বিভিন্ন সৃষ্টিৰাজিৰ বিশেষ জনোৱা হ'ব এই কৰ্মশালাৰ জৰিয়তে ।

Intro:অসমৰ বিস্ময়কৰ লোকবাদ্য সুৰ সমলয় 'দেৱগান্ধাৰৰ' স্ৰষ্টা, বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ আজি ৮৫সংখ্যক জন্ম জয়ন্তী। দেওবাৰে মহানগৰীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিত্ৰাচলৰ আৰু সৰগম সংগীত বিদ্যালয়ৰ উদ্যোগত বৰেণ্য ব্যক্তিগৰাকীৰ জন্ম দিৱস পালন কৰা হয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান কৰা হয়। দেববাদ্য খোলবাদক গিৰেণ কলিতালৈ আগবঢ়োৱা হয় এই বঁটা। বৰেণ্য ব্যক্তিগৰাকীৰ জন্ম দিৱসত এই বঁটা লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে শিল্পী গিৰেণ কলিতা। ইফালে সৰগম সংগীত বিদ্যালয়ে 'প্ৰভাত শৰ্মাৰ লোক সংগীত'ৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ বিভিন্ন সৃষ্টিৰাজিৰ বিশেষ জনোৱা হ'ব এই কৰ্মশালাত।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.