ETV Bharat / state

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম - বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ১৯৭১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক অস্বীকাৰ কৰি পুনৰ অসমত ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাটো হৈছে অসম চুক্তিক অৱমাননা কৰা।

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম
author img

By

Published : Nov 22, 2019, 10:18 PM IST

গুৱাহাটী, 22 নৱেম্বৰঃদেশৰ সংবিধানক বাৰে বাৰে বলাৎকাৰ কৰা হৈছে । এই গুৰুতৰ অভিযোগ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ ৷ শুকুৰবাৰে গুৱাহাটীত দিয়া এক সংবাদমেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে,বিজেপি চৰকাৰে দেশৰ গণতন্ত্ৰ নিঃশেষ কৰিবলৈ চেষ্টা চলাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশতে ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে দেশৰ ৰাজনৈতিক মহলত ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা কৰাৰ পিছত শুকুৰবাৰে এ আই ইউ ডি এফ দলে ইয়াৰ বিৰোধিতা কৰে। এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সংবিধান বিৰোধী কৰ্মৰ বাবে বৰ্তমান দেশৰ সংবিধানক বাৰে বাৰে বলাৎকাৰ কৰা হৈছে বুলি কয়।

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ১৯৭১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক অস্বীকাৰ কৰি পুনৰ অসমত ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাটো হৈছে অসম চুক্তিক অৱমাননা কৰা। দেশৰ সংবিধানত এগৰাকী ব্যক্তিক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে যদিও বিজেপিয়ে দেশৰ সংবিধান অৱমাননা কৰি কিছুমান হঠকাৰী সিদ্ধান্ত লৈছে। বিজেপিয়ে অসমৰ লগতে সমগ্ৰ দেশৰ মানুহৰ দৃষ্টি উন্নয়নমূলক কামৰ পৰা আঁতৰাই ৰাখিবলৈ বিভিন্ন সময়ত এনে ধৰণৰ বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে আমিনুল ইছলামে। বিজেপিয়ে দেশৰ গণতন্ত্ৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত উঠি পৰি লাগিছে বুলিও মন্তব্য প্ৰকাশ কৰে ইছলামে।

আনহাতে এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ মানুহৰ ভিতৰত থকা হিন্দু মানুহখিনিক বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপন কৰে ইছলামে। দেশৰ গণতন্ত্ৰ নিঃশেষ কৰি বিজেপিয়ে হিটলাৰী শাসন চলাইছে বুলিও কয় সংবাদমেলত।
AUIDF MLA AMINUR ISLAM REACTION ON INDIAN CONSTITUTION, ASSAM GUWAHATI, ETV
গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ক্ষোভ আমিনুল ইছলামৰ

লগতে জানিবলৈ চাওকঃগোলাঘাটত নাবালিকাক যৌন নিৰ্যাতন, নাহৰকটীয়াত পুনৰ জঘন্য ঘটনা

Intro:দেশৰ সংবিধানৰ বাৰে বাৰে বলতকাৰ কৰা হৈছে। বিজেপি চৰকাৰে দেশৰ গণতন্ত্ৰ নিঃশেষ কৰিবলৈ চেষ্টা চলাইছে। সংবাদমেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ বিজেপিক তীব্ৰ আক্ৰমণ।

Body:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহই সমগ্ৰ দেখতে ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ কাম আৰম্ভ কৰাৰ ঘোষণা কৰাৰ পিছতে দেশৰ ৰাজনৈতিক মহলত ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ বিৰোধিতা কৰাৰ পিছত আজি এ আই ইউ ডি এফ ইয়াৰ বিৰোধিতা কৰে। এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আজি এক সংবাদমেল অনুষ্ঠিত কৰি কয় সংবিধান বিৰোধী কৰ্মৰ বৰ্তমান দেশৰ সংবিধানক বাৰে বাৰে বলতকাৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ১৯৭১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ কাম হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিক অস্বীকাৰ কৰি পুনৰ অসমত ১৯৫১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ কাম আৰম্ভ কৰাৰ ঘোষণা কৰাটো হৈছে অসম চুক্তিক অবমাননা কৰা। দেশৰ সংবিধানত এগৰাকী ব্যক্তিক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে যদিও বিজেপিয়ে দেশৰ সংবিধানৰ অবমাননা কৰি কিছুমান হঠকাৰী সিদ্ধান্ত লৈ আছে। বিজেপিয়ে অসমৰ লগতে সমগ্ৰ দেশৰ মানুহৰ দৃষ্টি উন্নয়নমূলক কামৰ পৰা আঁতৰাই ৰাখিবলৈ বিভিন্ন সময়ত এনে ধৰণৰ বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে আমিনুল ইছলামে। বিজেপিয়ে দেশৰ গণতন্ত্ৰ নিঃশেষ খৰছৰ ষড়যন্ত্ৰত উঠি পৰি লাগিছে বুলিও মন্তব্য প্ৰকাশ কৰে ইছলামে।

বাইট : আমিনুল ইছলাম, সাধাৰণ সম্পাদক, এ আই ইউ ডি এফ

Conclusion:এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ মানুহৰ ভিতৰত থকা হিন্দু মানুহখিনিক বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে ইছলামে। দেশৰ গণতন্ত্ৰ নিঃশেষ কৰি বিজেপিয়ে দেশত হিটলাৰী শাসন চলাইছে বুলিও মন্তব্য প্ৰকাশ কৰে ইছলামে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.