ETV Bharat / state

আছুসহ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ জলন্ত সমস্যাৰ সন্দৰ্ভত দল সংগঠনৰ বৈঠক । আছুসহ অসমৰ 30 টা জাতি-জনগোষ্ঠীয় সংগঠন মিলিত হয় বৈঠকত

author img

By

Published : Sep 13, 2019, 6:41 PM IST

আছুসহ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,13 চেপ্তেম্বৰ : শুকুৰবাৰে মহানগৰীৰ পাণবজাৰত অনুষ্ঠিত হয় আছুসহ অসমৰ 30 টা জাতি-জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক । ৰাজ্যৰ কেইবাটাও জলন্ত সমস্যাৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক,বৃহৎ নদীবান্ধ,এন আৰ চি আৰু অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ পৰিৱৰ্তে দিল্লীৰ শ্ৰুতলিপি মতে কাম কৰি থকা কাৰ্যকো বৈঠকত আলোচনা কৰে । পৰৱৰ্তী সময়ত সংগঠনকেইটাই কেনে পদক্ষেপ হাতত লয় তাৰ বিষয়ে বিতং আলোচনা হয় । অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভতো চৰকাৰৰ স্থিতিত মুঠেও সন্তুষ্ট নহয় সংগঠনকেইটা । তাৰোপৰি প্ৰতিটো সংগঠনৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰে । আছুসহ 30 টা সংগঠনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লয় এই বৈঠকত ।

Intro:শুকুৰবাৰে মহানগৰীৰ পাণবজাৰত আছুসহ অসমৰ ৩০টা জাতি-জনগোষ্ঠীয় সংগঠনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ কেইবাটাও জলন্ত সমস্যাৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, বৃহৎ নদীবান্ধ, এন আৰ চিৰ আৰু অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ পৰিবৰ্তে দিল্লীৰ শ্ৰুতলিপি মতে কাম কৰি থকা কাৰ্যকো বৈঠকত আলোচনা কৰে।

Body:ইফালে পৰবৰ্তী সময়ত সংগঠনকেইটাই কেনে পদক্ষেপ হাতত লয় তাৰ বিষয়ে বিতং আলোচনা হয়। অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভতো চৰকাৰৰ স্থিতিত মুঠেও সন্তুষ্ট নহয় সংগঠন কেইটা। তাৰোপৰি প্ৰতিটো সংগঠনৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ স্থিতিত স্পষ্ট কৰে। মুঠৰ ওপৰত আছুসহ ৩০ সংগঠনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত ল'ব এই বৈঠকত।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.