ETV Bharat / state

গুৱাহাটীৰ ভায়লিনাৰ গীতত দেখা যাব শত্ৰুঘ্ন সিন্হা আৰু সোনাক্ষী সিন্হাক - শত্ৰুঘ্ন সিনহাই

বৰ্তমান সময়ত ৰাজ্যৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা এই গীতটিৰ বাবে বিশেষ পদক্ষেপ লৈছে শত্ৰুঘ্ন সিনহাই ৷

গুৱাহাটীৰ ভায়লিনাৰ গীতত বলিউডৰ তাৰকা
গুৱাহাটীৰ ভায়লিনাৰ গীতত বলিউডৰ তাৰকা
author img

By

Published : Oct 8, 2020, 10:22 PM IST

গুৱাহাটী, 8 অক্টোবৰ: বলিউডত গুৱাহাটীৰ ভায়লিনা ৷ মহানগৰীৰ এগৰাকী কণ্ঠশিল্পীৰ গীতত অংশ লৈছে বলিউডৰ অভিনেতা শত্ৰুঘ্ন সিনহা আৰু সোনাক্ষী সিনহাই ৷ ভায়লিনা নামৰ এইগৰাকী কণ্ঠশিল্পীৰ 'জৰুৰত' নামৰ এটি গীতত অংশ লৈছে বলিউডৰ অভিনেতাই ৷ বৰ্তমান সময়ত ৰাজ্যৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা এই গীতটিৰ বাবে বিশেষ পদক্ষেপ লৈছে শত্ৰুঘ্ন সিনহাই ৷

গুৱাহাটীৰ ভায়লিনাৰ গীতত বলিউডৰ তাৰকা

এইগৰাকী প্ৰতিভাসম্পন্ন যুৱতীয়ে বৰ্তমান মুম্বাইত গীতৰ কামত ব্যস্ত হৈ আছে ৷

লগতে পঢ়ক:মহাবাহুৰ বুকুৰে বাঁহৰ ভূৰত এক দুঃসাহসিক যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.