ETV Bharat / state

ঘৰৰ পৰা পলাই গৈ বিহু নাচিছিল ৰীমা দাসে

author img

By

Published : Apr 18, 2019, 2:47 PM IST

অসমখনক খুব ভাল পোৱা বাবেই তেওঁৰ প্ৰতিখন চিনেমাত অসমীয়া কৃষ্টি-সংস্কৃতিক দাঙি ধৰিবলৈ প্ৰয়াস কৰে বুলি মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালিকা ৰীমা দাসে ৷ অসমৰ পটভূমিত আৰু দুটা নতুন পৰিকল্পনা থকাৰ কথা ক'লে ৰীমা দাসে ।

অস্কাৰ মনোনীত ৰীমা দাস

গুৱাহাটী, ১৮ এপ্ৰিলঃ অস্কাৰ মনোনীত অসমীয়া ছবি পৰিচালিকা ৰীমা দাসে অসমবাসীলৈ জনালে বিহুৰ শুভেচ্ছা । লগতে পৰিচালিকাগৰাকীয়ে ব্যক্ত কৰিলে বিহুৰ লগত জড়িত অভিজ্ঞতা । বিহুৰ লগত তেওঁৰ সম্পৰ্ক অতিকৈ আপোন বুলি কয় পৰিচালিকাগৰাকীয়ে । যাৰ বাবে সৰু কালতেই ঘৰৰ পৰা পলাই গৈ বিহু নাচিছিল ৰীমা দাসে । অসমখনক খুব ভাল পোৱা বাবেই তেওঁৰ প্ৰতিখন চিনেমাত অসমীয়া কৃষ্টি-সংস্কৃতিক দাঙি ধৰিবলৈ প্ৰয়াস কৰে বুলি মন্তব্য কৰে পৰিচালিকাগৰাকীয়ে । আনহাতে, ই টিভি ভাৰত অসমৰ এক আছুতীয়া সাক্ষাৎকাৰত অসমৰ পটভূমিত আৰু দুটা নতুন পৰিকল্পনা থকাৰ কথা ক'লে ৰীমা দাসে ।

Intro:অসম বাসীলৈ ৰিমা দাসৰ বিহুৰ শুভেচ্ছা। বিহুৰ শুভেচ্ছা দিয়াৰ লগতে ৰিমা দাসে ব্যক্ত কৰিলে বিহুৰ লগত থকা তেওঁৰ বহু অভিজ্ঞতা। অসমৰ যেতিয়া অসমৰ বাবে কাম কৰিবও লাগিব বুলি কোৱাৰ লগতে মৰম চেনেহ আৰু আশীৰ্বাদ অসমৰ পৰা পোৱাৰ পিছত দায়িত্ব বাঢ়িছে তেওঁৰ। অসম খনক খুব ভাল পাই ৰিমা দাসে।

সৰুতে মনে মনে ঘৰৰ পৰা পলাই ৰিমা দাসে বিহু নাচিবলৈ গৈছিল। বিহুৰ লগত তেওঁৰ সম্পৰ্ক একেবাৰে আপোন ।

Body:প্ৰতিখন চিনেমাত তেওঁ চেষ্টা কৰিছে অসমীয়া কৃষ্টি সংস্কৃতিক দাঙি ধৰিবলৈ।বুলবুল কেন Sing ছবিতো লতেওঁ লোকগীত উপস্থাপন কৰাৰ বাবে তেওঁ চেষ্টা কৰিছে।
আবেগ অনুভূতিক বেছি গুৰুত্ব দি মূল্যবোধটোক গুৰুত্ব নিদিয়াৰ বাবে বিহুৰ আজি যি পৰিস্থিতি হোৱা বুলি ব্যক্ত কৰিলে তেওঁ।
নতুন প্ৰজন্মই বিহু কি হয়,কি কাৰণত আমাৰ বাপুটি সাহোন,কিয় আমাৰ ৰক্ষা কৱচ সেইটোত যাতে বিভ্ৰান্ত হৈ নাযায় সেই কথা গুৰুত্ব দিয়াৰ কথা কলে ৰিমা দাসে। অসমৰ পটভূমিত আৰু দুটা নতুন পৰিকল্পনা থকাৰ কথা কলে etv ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত তেওঁ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.