ETV Bharat / state

অসমবাসীলৈ কি আহ্বান ছবি পৰিচালক অনুপম কৌশিকৰ - lock down days

শেহতীয়াকৈ এটা ভিডিঅ'ৰ জৰিয়তে লক ডাউন মানি চলিবলৈ আহ্বান জনালে অভিনেতা তথা ছবি পৰিচালক অনুপম কৌশিকে ৷

assamese director anupam kaushik on lock down days
অসমবাসীলৈ কি আহ্বান ছবি পৰিচালক অনুপম কৌশিকৰ
author img

By

Published : Apr 5, 2020, 5:27 PM IST

গুৱাহাটী,5 এপ্ৰিলঃ এক ভিডিঅ'ৰ জৰিয়তে লক ডাউন মানি চলিবলৈ অসমবাসীলৈ আহ্বান অভিনেতা তথা ছবি পৰিচালক অনুপম কৌশিকৰ । নিজৰ পত্নী আৰু পুত্ৰৰ সৈতে লক ডাউনৰ দিনকেইটা অতিবাহিত কৰাৰ কথা জানিবলৈ দিলে অনুপম কৌশিকে । তেওঁৰ মতে, 21 দিনৰ লক ডাউন মানি চলাটো সহজ নহয় যদিও নিজৰ পৰিয়ালক ভাল পোৱাৰ বাবে এই লক ডাউন নিজে মানি চলাৰ লগতে অসমবাসীক মানি চলিবলৈ আহ্বান জনালে অনুপম কৌশিকে। কেৱল সেয়াই নহয় ঘৰত থকা অৱস্থাত কেনেদৰে সময় অতিবাহিত কৰিব তাৰো টিপছ দিলে অভিনেতা তথা পৰিচালক গৰাকীয়ে ।

অসমবাসীলৈ কি আহ্বান ছবি পৰিচালক অনুপম কৌশিকৰ

লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.