ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন - বিশ্ব ধঁপাত বিৰোধী দিৱস

ৰাজ্যৰ শিৱসাগৰ,শিলচৰ,বঙাইগাঁও,যোৰাবাট,গোলাঘাটৰ লগতে মিৰ্জাটো স্বাস্থ্য বিভাগৰ উদ্যোগত পালন কৰে আজিৰ দিনটো ৷ বিভিন্ন সংগঠনে সমদল উলিয়াই,ধঁপাট বিৰোধী নাটক কৰি সজাগতা সৃষ্টি কৰাৰ চেষঅটা চলাই ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 31 মে'ত পালন বিশ্ব ধঁপাত বিৰোধী দিৱস
author img

By

Published : May 31, 2019, 7:32 PM IST

Updated : May 31, 2019, 7:38 PM IST

নিউজ ডেস্ক,31মেঃ শুকুৰবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস ৷ প্ৰতিখন জিলাৰ ৰাইজ ওলাই আহি একেমুখে ধঁপাতৰ বিৰোধিতা কৰাৰ লগতে এখন ধঁপাতমুক্ত সমাজৰ পৰিকল্পনা কৰে ৷ ৰাজ্যখনৰ শিৱসাগৰ,শিলচৰ,বঙাইগাঁও,যোৰাবাট,গোলাঘাটৰ লগতে মিৰ্জাটো স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় ৷ বিভিন্ন সংগঠনে সমদল উলিয়াই,ধঁপাট বিৰোধী নাটক কৰি সজাগতা সৃষ্টি কৰাৰ চেষ্টা চলায় ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 31 মে'ত পালন বিশ্ব ধঁপাত বিৰোধী দিৱস

উল্লেখ্য যে ধঁপাত সেৱনৰ ফলত হ'ব পৰা বিভিন্ন মাৰাত্মক তথা দুৰাৰোগ্য ৰোগ সম্বন্ধে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰি সজাগতা সভাৰ আয়োজন কৰে ৷

News Silchar 
আজি নেছা বিৰোধী দিৱস উপলক্ষে আচিয়া সংগঠন কৰ্মকৰ্ত্তৰা শিলচৰৰ কোট প্ৰাংগণত নাটকৰ মাধ্যমৰ দি বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত সচেতনতা কৰাৰ চেষ্টা কৰে ।তেওঁ লোকে এটা rally কৰি শিলচৰৰ বিভিন্ন ঠাইত নাটক প্ৰদৰ্শন কৰে ।সংগঠনৰ তিম্পা পালে কয় 
Bite ।
Footage ftp 
Slug Silchar Rally 1/2
Last Updated : May 31, 2019, 7:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.