ETV Bharat / state

ভাল দিন আহিব টেট শিক্ষক সকলৰ - স্মাৰক পত্ৰ

অসমৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত মঙলবাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালক সাক্ষাৎ কৰে অসম বিজেপিৰ এটা প্ৰতিনিধিৰ দলে। ৪১ হাজাৰ টেট শিক্ষকৰ স্থায়ী সমাধানৰ বাবে অনুৰোধ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

ভাল দিন আহিব টেট শিক্ষক সকলৰ
author img

By

Published : Jul 16, 2019, 11:22 PM IST

গুৱাহাটী, ১৬ জুলাইঃ অসমৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালক সাক্ষাৎ কৰে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনক ।

etv bharat Assam
ভাল দিন আহিব টেট শিক্ষক সকলৰ

অসমৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত মঙলবাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালক সাক্ষাৎ কৰে অসম বিজেপিৰ এটা প্ৰতিনিধিৰ দলে। ৪১ হাজাৰ টেট শিক্ষকৰ স্থায়ী সমাধানৰ বাবে অনুৰোধ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে বর্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই থকা টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত থকা যোগ্যতাৰ অৰ্হতা শিথিল কৰি অসম চৰকাৰক প্ৰয়োজনীয় অনুমতি প্রদানৰ বাবে আবেদন জনাইছে। এই সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে। আনহাতে এই আবেদনৰ প্ৰতি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱালৰ ইতিবাচক সঁহাৰি দিয়া বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে ৰাজ্যিক বিজেপিয়ে। উল্লেখযোগ্য যে, বিজেপিৰ এই প্রতিনিধি দলটোত আছিল ৰাজ্যিক উপ-সভাপতিদ্বয় ক্রমে প্রদীপ ঠাকুৰীয়া আৰু বিজয় কুমাৰ গুপ্তা, কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, সাংসদ তপন গগৈ, সাংসদ কামাখ্যা প্রসাদ তাচা আৰু সাংসদ কৃপানাথ মাল্লা ।

লগতে আন এটা বাতৰি- গুজৰাটৰ সিংহই শোভা বৰ্ধন কৰিব ৰাজ্যিক চিৰিয়াখানা

Intro:অসমৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত এখোজ আগুৱাইছে অসম প্ৰদেশ বিজেপি। মংগলবাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালক সাক্ষাৎ কৰে অসম বিজেপিৰ এটা প্ৰতিনিধিৰ দলে। ৪১ হাজাৰ টেট শিক্ষকৰ স্থায়ী সমাধানৰ বাবে অনুৰোধ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে বর্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই থকা টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত থকা যোগ্যতাৰ অৰ্হতা শিথিল কৰি অসম চৰকাৰক প্ৰয়োজনীয় অনুমতি প্রদানৰ বাবে আবেদন জনাইছে। এই সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে। আনহাতে এই আবেদনৰ প্ৰতি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱালৰ ইতিবাচক সঁহাৰি দিয়া বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে ৰাজ্যিক বিজেপিয়ে। উল্লেখযোগ্য যে বিজেপিৰ এই প্রতিনিধি দলটোত আছিল ৰাজ্যিক উপ-সভাপতিদ্বয় ক্রমে প্রদীপ ঠাকুৰীয়া আৰু বিজয় কুমাৰ গুপ্তা, কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, সাংসদ তপন গগৈ, সাংসদ কামাখ্যা প্রসাদ তাচা আৰু সাংসদ কৃপানাথ মাল্লা।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.