- সোমবাৰে জয়মালাৰ কাষ পালেগৈ অসম চৰকাৰৰ বনবিভাগৰ এটা দল
- ৰাজ্যৰ পৰা যোৱা বন বিভাগৰ এটা বিশেষ দলে অৱশেষত জয়মালাক পৰিদৰ্শন কৰিবলৈ সক্ষম হয়
- বন বিভাগৰ দলটোত আছিল বন সংৰক্ষক হিতেশ মিশ্ৰ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু অধ্যাপক কে কে(Assam State Forest Department officials)
- তামিলনাডুৰ শ্ৰীভিলিপুথুৰৰ আন্দাল মন্দিৰত থকা হাতীটো সুস্থ অৱস্থাত থকা বুলি জনালে দলটোৱে(Jayamala elephant in Tamil Nadu)
- ১৫ লাখ টকা ব্যয়েৰে নিৰ্মিত এটা পুখুৰীত জয়মালাই গা ধুই থকা বুলি জনায় অসমৰ বিষয়াসকলে