গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তাৎক্ষনিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ দিল্লীৰ পৰাই এই নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ঘটনাৰ উচিত তদন্ত কৰি অপৰাধীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ - অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষা প্ৰশ্নকাকত ফাদিল
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তাৎক্ষনিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
![অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ Assam Police SI exam question Paper leak: CM Sonowal orders inquiry](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8870489-thumbnail-3x2-g.jpeg?imwidth=3840)
অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ