ETV Bharat / state

অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াক কোৱাৰেইন্টাইন - কোৱাৰেইন্টাইন

আৰক্ষীৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াক কোৱাৰেন্টাইন কৰা হৈছে ৷ পাণবজাৰৰ আৰক্ষী আৱাসত বাস কৰা কেইবাজনো আৰক্ষী বিষয়াক পৰিয়ালসহ কৰা হৈছে কোৱাৰেন্টাইন ৷

assam police officials quarantine in panbazar

author img

By

Published : Jun 22, 2020, 12:31 AM IST

Updated : Jun 22, 2020, 6:10 AM IST

গুৱাহাটী, 21 জুন : পাণবজাৰ আৰক্ষী থানাৰ হাবিলদাৰ পুষ্পা ৰাণী দাসৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ । ইতিমধ্যেই প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে পাণবজাৰ আৰক্ষী থানাৰ আৱাসিক এলেকা। ইফালে পুষ্পা ৰাণী দাস ক'ভিড পজিটিভ হোৱাৰ পিছত কেইবাগৰাকীও আৰক্ষীক কৰা হৈছে কোৱাৰেইন্টাইন । কোৱাৰেইন্টাইনত থাকিব চিআইডিৰ ডিএছপি দিলীপ ভৰালী, ডিএছবিৰ ডিএছপি মৃণাল দাস, এডিচিপি এডমিন পঞ্জিত দুৱৰা, এছ আই ৰাজু মিলি, পাণবজাৰ মহিলা আৰক্ষী থানাৰ এচিপি অৰুণিমা ভূঞা ৷ পল্টন বজাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পংকজ মহন্তকো কৰা হৈছে কোৱাৰেইন্টাইন । এই আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে পৰিয়ালসহ পুষ্পা ৰাণী দাস থকা পাণবজাৰৰ আৰক্ষী আৱাসতে বাস কৰে।

assam police officials quarantine in panbazar
অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক কোৱাৰেইন্টাইন

প্ৰতিদিনে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই সংক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ বাবে ৰাইজক যথোচিত সজাগতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰ তথা প্ৰশষাসনে ৷

লগতে পঢ়ক : লক ডাউনৰ প্ৰভাৱঃ দিশহাৰা বঙাইগাঁৱৰ "নিগম ঘোলা"ৰ আনাৰস খেতিয়ক সকল

Last Updated : Jun 22, 2020, 6:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.