ETV Bharat / state

অসম আৰক্ষী পৰিয়ালৰ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ 25 গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 130 জনক সম্বৰ্ধনা জনায় ।

অসম আৰক্ষী পৰিয়ালৰ কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান
author img

By

Published : Jul 6, 2019, 10:15 AM IST

নিউজ ডেস্ক, 6 জুলাই: শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় অসম আৰক্ষী পৰিয়ালৰ কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ 25 গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 130 জনক সম্বৰ্ধনা জনায় । এই অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে সাফল্যৰ ধাৰাবাহিকতা অটুট ৰাখক ছাত্ৰ ছাত্ৰী সকলে । লগতে কয় যে পৰিশ্ৰম কৰা ব্যক্তি কেতিয়াও বিফল নহয় । সকলোকে একাগ্ৰতাৰে অধ্যয়নত মগ্ন হ’বলৈ আহ্বান জনায় । ইয়াৰ উপৰিও সমাজত জাকত জিলিকা নাগৰিক হ’ব লাগে বুলিও মন্তব্য কৰে । আগন্তুক দিনত অসমীয়া সন্তান হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব । এইটো জীৱনৰ সোণালী সময় ।

অসম আৰক্ষী পৰিয়ালৰ কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান

আৰক্ষীৰ পুত্ৰ কন্যা হিচাপে গৌৰৱ অনুভৱ কৰিব লাগে সকলোৱে । শুকুৰবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, সঞ্চালক প্ৰধান কুলধৰ শইকীয়াকে প্ৰমুখ্য কৰি বহুলোক উপস্থিত থাকে ।

Intro:শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় অসম আৰক্ষী পৰিয়ালৰ কৃতি ছাত্র ছাত্ৰী ৰ অভিনন্দন অনুষ্ঠান ।

Body:অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।আজিৰ এই অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত সু খ্যাতিৰে উত্তীৰ্ণ 25 গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 130 জনক সম্বৰ্ধনা জনায় ।এই অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে সাফল্যৰ ধাৰাবাহিকতা অটুট ৰাখক ছাত্ৰ ছাত্ৰী সকলে । লগতে কয় যে পৰিশ্ৰম কৰা ব্যক্তি কেতিয়াও বিফল নহয় ।সকলোকে একাগ্ৰতাৰে অধ্যয়নত মগ্ন হবলৈ আহ্বান জনায় ।ইয়াৰ উপৰিও সমাজত সমাজত জাকত জিলিকা নাগৰিক হব লাগে বুলিও মন্তব্য কৰে ।আগন্তুক দিনত অসমীয়া সন্তান হিচাপে বিশ্ব ৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব । এইটো জীৱনৰ সোনালী সময় । আৰক্ষীৰ পুত্ৰ কন্যা হিচাপে গৌৰৱ অনুভৱ কৰিব লাগে সকলোৱে ।আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, সঞ্চালক প্ৰধান কুলধৰ শ ইকীয়াকে প্ৰমুখ্য কৰি বহুলোক উপস্থিত থাকে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.