ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰী - Guwahati University

বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে সমাজ ব্যৱস্থাক প্ৰতিফলিত কৰিবলৈ আইন ব্যৱস্থাও আগবাঢ়ি যাব লাগিব বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই । লগতে বিশ্ববিদ্যালয়ৰ সকলো বিভাগে গৱেষণাক প্ৰাধান্য দি পাঠদান কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰিকা উন্মোচন
author img

By

Published : May 21, 2019, 6:47 PM IST

গুৱাহাটী, ২১ মেঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ এক পত্ৰিকা মঙলবাৰে উন্মোচন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

এই অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে গৱেষণা আৰু অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা আইন বিভাগৰ পত্ৰিকাখনৰ দ্বাৰা শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে । বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে সমাজ ব্যৱস্থাক প্ৰতিফলিত কৰিবলৈ আইন ব্যৱস্থাও আগবাঢ়ি যাব লাগিব বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই ।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰিকা উন্মোচন

লগতে বিশ্ববিদ্যালয়ৰ সকলো বিভাগে গৱেষণাক প্ৰাধান্য দি পাঠদান কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে । ইপিনে এই অনুষ্ঠানতে 'ভিধিজ্যোতি' নামৰ আন এখন পত্ৰিকা উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মাই । উল্লেখযোগ্য যে এই অনুষ্ঠানত অধ্যাপক ননীগোপাল মহন্ত, যোগেন কলিতা, শুভ্ৰম ৰাজখোৱাকে ধৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

লগতে আন এটা বাতৰি - "RISAT-2B" উৎক্ষেপণঃ 'কাউণ্টডাউন' আৰম্ভ

Intro:মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সভাকক্ষত এখনি পত্ৰিকা উন্মোচনী সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশ্ববিদ্যালয় আইন বিভাগৰ পত্ৰিকাখনি উন্মোচন কৰা হয়। পত্ৰিকাখন আনুষ্ঠানিকভাৱে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উন্মোচন কৰে। গৱেষণা আৰু অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা আইন বিভাগৰ পত্ৰিকাখনৰ দ্বাৰা শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে সমাজ ব্যৱস্থাক প্ৰতিফলিত কৰিবলৈ আইন ব্যৱস্থাও আগবাঢ়ি যাব লাগিব। তাৰোপৰি বিশ্ববিদ্যালয়ৰ সকলো বিভাগে গৱেষণাক প্ৰাধান্য দি পাঠদান কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান জনাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ইফালে এই অনুষ্ঠানতে 'ভিধিজ্যোতি' নামৰ আন এখন পত্ৰিকা উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মাই। উল্লেখযোগ্য যে এই অনুষ্ঠানত অধ্যাপক ননীগোপাল মহন্ত, যোগেন কলিতা, শুভ্ৰম ৰাজখোৱাকে প্ৰমুখ্য কৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.