ETV Bharat / state

HSLC result 2022 : শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ - হাইস্কুল শিক্ষান্ত পৰীক্ষা

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC Exam Results 2022)৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে লখিমপুৰৰ ৰক্তোৎপল শইকীয়া আৰু নলবাৰীৰ ভূয়সী মেধিয়ে ৷ একেদৰে তৃতীয় স্থানত আছে 3 জন, চতুৰ্থ স্থানত আছে 4 জন, পঞ্চম স্থানত আছে 4 জন, ষষ্ঠ স্থানত আছে 2 জন, সপ্তম স্থানত আছে 6 জন, অষ্টম স্থানত আছে 6 জন, নৱম স্থানত আছে 10 জন আৰু দশম স্থান লাভ কৰিছে 15 জন শিক্ষাৰ্থীয়ে ৷

Assam HSLC Exam Results 2022
Assam HSLC Exam Results 2022
author img

By

Published : Jun 7, 2022, 9:59 AM IST

Updated : Jun 7, 2022, 11:06 AM IST

নিউজ ডেস্ক, 7 জুন : ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC Exam Results 2022) । 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হৈছে 55 গৰাকী শিক্ষাৰ্থীয়ে ৷ স্থান প্ৰাপকসকল হ’ল ক্ৰমে,

প্ৰথম স্থান : ৰক্তোৎপল শইকীয়া, লখিমপুৰ

দ্বিতীয় স্থান : ভূয়সী মেধি, নলবাৰী

তৃতীয় স্থান : মৃদুপৱন কলিতা, পশ্চিম কাৰ্বি আংলং

তৃতীয় স্থান : লাবীব মুজিব, ডিব্ৰুগড়

তৃতীয় স্থান : পাৰ্থ প্ৰতীম দাস, লখিমপুৰ

Assam HSLC Exam Results 2022
1) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

চতুৰ্থ স্থান : স্বপ্নৰাজ কলিতা, বৰপেটা

চতুৰ্থ স্থান : স্নেহা শইকীয়া, গোলাঘাট

চতুৰ্থ স্থান : সমাদৃতা শৰ্মা, যোৰহাট

চতুৰ্থ স্থান : অন্বেষা বৰা, তিনিচুকীয়া

পঞ্চম স্থান : জুৱেৰ হুছেইন, বৰপেটা

পঞ্চম স্থান : প্ৰাণজিৎ বৰদলৈ, দৰং

পঞ্চম স্থান : শ্বানাজ অঞ্জুম য়াচমিন, যোৰহাট

পঞ্চম স্থান : ইকুইট এবট দত্ত, লখিমপুৰ

Assam HSLC Exam Results 2022
2) হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপকসকলৰ নাম

ষষ্ঠ স্থান : বিতোপন মেধি, গোৱালপাৰা

ষষ্ঠ স্থান : মূৰ্চনা বৰ্মন, নলবাৰী

সপ্তম স্থান : জ্যোতিপল তালুকদাৰ, বৰপেটা

সপ্তম স্থান : শৰ্মিষ্ঠা ভাগৱতী, লখিমপুৰ

সপ্তম স্থান : প্ৰিয়ানুজ বৰদলৈ, শিৱসাগৰ

সপ্তম স্থান : দ্বিপশিখা বৰুৱা, শিৱসাগৰ

সপ্তম স্থান : অশ্লেশা শৰ্মা, কামৰূপ মেট্ৰ’

সপ্তম স্থান : নিশা শৰ্মা, কামৰূপ মেট্ৰ’

Assam HSLC Exam Results 2022
4) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

অষ্টম স্থান : হৰ্ষিত বৰ্মন, বৰপেটা

অষ্টম স্থান : অলিভিয়া বৰা, যোৰহাট

অষ্টম স্থান : ৰাজনন্দিনী বৈদ্য, নগাঁও

অষ্টম স্থান : তেজাল আগৰৱাল, নগাঁও

অষ্টম স্থান : উদেষ্ণা বৰদলৈ, নগাঁও

অষ্টম স্থান : নেহা উপাধ্যায়, শোণিতপুৰ

HSLC result 2022
4) শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ

নৱম স্থান : ডিভাইন এপি শৰ্মা, বৰপেটা

নৱম স্থান : আকাশ দ্বীপ ভূঞা, দৰং

নৱম স্থান : ধৃতিষ্মান দত্ত, ডিব্ৰুগড়

নৱম স্থান : তবিবুল হক, কামৰূপ গ্ৰাম্য

নৱম স্থান : পাৰ্থ প্ৰতিম বৰা, লখিমপুৰ

নৱম স্থান : বিদিশা নাথ, মৰিগাঁও

নৱম স্থান : সৃষ্টি নন্দা কাশ্যপ, নগাঁও

নৱম স্থান : আৰিয়ন ভূঞা, শিৱসাগৰ

নৱম স্থান : জ্যোতিময় দত্ত, শিৱসাগৰ

নৱম স্থান : অনাসূয়া ঠাকুৰীয়া, কামৰূপ মেট্ৰ’

দশম স্থান : অলমিনা খাতুন, বৰপেটা

দশম স্থান : অনুভৱ কপিল, বঙাইগাঁও

দশম স্থান : বিশ্বদ্বীপ নাথ, কাছাৰ

দশম স্থান : অনন্যা ভৰদ্বাজ, ডিব্ৰুগড়

দশম স্থান : অনিকংকনা গগৈ, ডিব্ৰুগড়

দশম স্থান : অয়ন মিত্ৰ, লখিমপুৰ

HSLC result 2022
5) শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ

দশম স্থান : কৌস্তভ জ্যোতি নাথ, মৰিগাঁও

দশম : উদিতি দাস, নগাঁও

দশম : দিব্যজ্যোতি লহকৰ, নলবাৰী

দশম : ধৃতিস্মিতা ডেকা, নলবাৰী

দশম : হিমাংশু দাস, শিৱসাগৰ

দশম : ৰক্তোৎপল বৰা, শিৱসাগৰ

দশম: কল্লোল বিশ্বাস, তেজপুৰ

দশম : সৌৰভ বৰ্মন, কামৰূপ মেট্ৰ’

দশম : মায়াংক আগৰৱাল, কামৰূপ মেট্ৰ’

দশম : জুৰিস্মা চক্ৰৱৰ্তী, কামৰূপ মেট্ৰ’

দশম : অনুৰাগ বৰা, মাজুলী

দশম : মঃ হাম্মাদুৰ ৰহমান, নগাঁও

এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব (HSLC result websites)। এই ৱেবচাইট ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব ।

ৱেবচাইট কেইটা হ’ল -
results.sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
www.assamonline.in
exametc.com
www.schools9.com
https://iresults.net
assamjobalerts.com
assamresult.in
necareer.com
www.jagranjosh.com
www.vidyavision.com

এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী ।

সেইদৰে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী । ইয়াৰে ৪,১৯৯ জন ছাত্ৰ আৰু ৭,০৪৬ গৰাকী ছাত্ৰী । ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি ।

লগতে পঢ়ক : আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

Last Updated : Jun 7, 2022, 11:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.