ETV Bharat / state

টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়ঃ অভিজিত শৰ্মা

author img

By

Published : May 17, 2019, 7:46 PM IST

উল্লেখ্য যে বুধবাৰে গুৱাহাটী চেন্ট্ৰেলৰ সমীপত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক তীব্ৰ সামলোচনা কৰে অভিজিত শৰ্মাই লগতে চৰকাৰক উগ্ৰপন্থী সমস্য সমাধানৰ আহ্বান জনায়।

টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়ঃ অভিজিত শৰ্মা

গুৱাহাটী, 17 মেঃ "বাংলাদেশীৰ নামত বহুতে দোকান চলাই আছে, অসমৰ বাংলাদেশী সমস্য সমাধান হোৱাটো বহুতে নিবিচাৰে বাবে এই সমস্যটো জীয়াই ৰাখিব বিচাৰিছে ৷ টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়" এই মন্তব্য অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ৷ শুকুৰবাৰে মহানগৰীত এখন সংবাদ মেল সম্বোধন কৰি উক্ত মন্তব্য কৰে সভাপতিজনে৷

সংবাদ মেলখনত অভিজিত শৰ্মাই বহু কেইটা অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যত এন আৰ চিৰ কাম পূৰ্ণ গতিত চলি থকাৰ মাজতে বহু ঠাইত এন আৰ চিত নাম সন্নিৱিষ্ট হোৱা লোকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ ফলত বহু প্ৰকৃত ভাৰতীয় লোকৰ বিৰুদ্ধেও আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে ফলত হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে বহু প্ৰকৃত ভাৰতীয়৷ লগতে বাংলাদেশীৰ নামত ৰাজ্যত বহু লোকে দোকান চলাই আছে, বাংলাদেশী নামৰ দোকানখন বন্ধ হলে বহুতৰে ভাত মৰিব সেয়ে বাংলাদেশী সমস্যাটো বহুতে জীয়াই ৰাখিব বিচাৰে।

উল্লেখ্য যে বুধবাৰে গুৱাহাটী চেন্টেলৰ সমীপত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক তীব্ৰ সমালোচনা কৰে অভিজিত শৰ্মাই লগতে চৰকাৰক উগ্ৰপন্থী সমস্য সমাধানৰ আহ্বান জনায়।

Intro:বাংলাদেশীৰ নামত বহুতে দোকান চলাই আছে, অসমৰ বাংলাদেশী সমস্য সমাধান হোৱাটো বহুতে নিবিচিছৰে বাবে এই সমস্যটো জীয়াই ৰাখিব বিচাৰিছে। এই গুৰুত্বৰ অভিযোগ অসম পাব্লিক ৱৰ্কছ সভাপতি অভিজিত শৰ্মাৰ।

Body:ৰাজ্যত এন আৰ চিৰ কাম পূৰ্ণ গতিত চলি থকাৰ মাজতে বিভিন্ন ঠাইত এন আৰি চিত নাম সন্নিৱিষ্ট হোৱা বহু লোকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ ফলত বহু লোক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বহু ঠাইত প্ৰকৃত ভাৰতীয় লোকৰ বিৰুদ্ধেও আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে। এন আৰ চিত যধে-মধে আপত্তি দাখিল কৰাক লৈ আজি অসম পাব্লিক ৱৰ্কছ সভাপতি অভিজিত শৰ্মাই কয় বাংলাদেশীৰ নামত ৰাজ্যত বহু লোকে দোকান চলাই আছে, বাংলাদেশী নামৰ দোকানখন বন্ধ হলে বহুতৰে ভাত মৰিব গতিকে বাংলাদেশী সমস্য জীয়াই ৰখাটো বিচাৰে বহুতে। টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়। কোনো লোকৰ নামত আপত্তি দাখিল কৰা লোক যদি ভেৰিফিকেচনত উপস্থিত নাথাকে তেন্তে আপত্তি দাখিল কৰা লোক জনৰ নাম এন আৰ চিত সন্নিবিষ্ট কৰিব লাগে।

বাইট : অভিজিত শৰ্মা

Conclusion:যোৱা বুধবাৰে চিৰিয়াখানাত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক তীব্ৰ সামলোচনা কৰে অভিজিত শৰ্মাই। শৰ্মাই চৰকাৰক উগ্ৰপন্থী সমস্য সমাধানৰ আহ্বান জনায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.