ETV Bharat / state

চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা

অহা 14 জানুৱাৰী ৰ পৰা 20জানুৱাৰী ৰ ভিতৰত আবেদন কৰিব লাগিব ছাত্র-ছাত্ৰীসকলে বিত্ত বিভাগৰ ৱেব পৰ্টৈলত । ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে মৰিগাঁও জিলা আৰু হাইলাকান্দি জিলা উপায়ুক্তই ক্ষেত্ৰ জৰীপ চলাই বাছি উলিয়াব ছাত্ৰ ছাত্ৰী। অৱসৰ লোৱা কৰ্মচাৰীসকলৰ সন্তানে লাভ নকৰে এই সাহায্য।অহা ফেব্ৰুৱাৰী মাহৰ পৰা লাভ কৰিব এই সাহায্য। যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ

author img

By

Published : Jan 9, 2020, 3:36 PM IST

চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা
চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা

গুৱাহাটী, 9 জানুৱাৰীঃ বৃহস্পতিবাৰে চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ C ব্লকত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি আঁচনি কেইখনৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা
  • দুটাকৈ পেপাৰ মিলৰ ৭০০ কৰ্মচাৰীৰ ছাত্ৰ ছাত্ৰীক এককালীনভাবে বিশেষ শিক্ষাগত সাহায্য ৷
  • NHM ৰ কৰ্মচাৰী আৰু দিব্যাংগ লোককো সামৰি দুখনকৈ আঁচনি লৈছে চৰকাৰে ৷
  • মেডিকেল, পি এইচ ডি, ইঞ্জিনিয়াৰিং বা এনে বৃত্তি মূলক শিক্ষা গ্ৰহণৰ বাবে 1লাখ টকা এককালীন সাহায্য প্ৰদান কৰিব জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ ছাত্র ছাত্ৰী সকলক ।
  • লগতে স্নাতকোত্তৰত অধ্যয়নৰত: ছাত্র ছাত্ৰী ৰ বাবে 75 হাজাৰ টকাৰ সাহায্য ৷
  • স্নাতক ছাত্র ছাত্ৰীৰ বাবেও 50 হাজাৰ টকা দিব চৰকাৰে ।
    চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা

অহা 14 জানুৱাৰী ৰ পৰা 20জানুৱাৰী ৰ ভিতৰত আবেদন কৰিব লাগিব ছাত্র-ছাত্ৰীসকলে বিত্ত বিভাগৰ ৱেব পৰ্টৈলত । ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে মৰিগাঁও জিলা আৰু হাইলাকান্দি জিলা উপায়ুক্তই ক্ষেত্ৰ জৰীপ চলাই বাছি উলিয়াব ছাত্ৰ ছাত্ৰী। অৱসৰ লোৱা কৰ্মচাৰীসকলৰ সন্তানে লাভ নকৰে এই সাহায্য।অহা ফেব্ৰুৱাৰী মাহৰ পৰা লাভ কৰিব এই সাহায্য। যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ

চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা
  • NHMৰ কৰ্মচাৰী সকল আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ বাবদ ৫ লাখ টকাৰ এককালীন সাহায্য।
  • ৰাজ্যত কমৰৰ্ত ঠিকাভিত্তিক টেট শিক্ষক,ষ্টেটপুল শিক্ষক সকলে এই সুবিধা পৰৱৰ্তী সময়ত লাভ কৰিব৷

ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ দিব্যাংগ কৰ্মচাৰীয়ে যদি গাড়ী ক্ৰয় কৰিব বিচাৰে তেন্তে মুঠ সুতৰ ৪% চৰকাৰৰ ফালৰ পৰা বহন কৰিব।

  • হিন্দুস্তান পেপাৰ মিল দুটাৰ কৰ্মচাৰীৰ সন্তান উচ্চতৰ মাধ্যমিকত পঢ়ি থাকিলে ২৫ হাজাৰ টকাৰ সাহায্য লাভ কৰিব
  • আৰু ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ১০ হাজাৰ টকাৰ সাহায্য।

লগতে চাওকঃ কলগাছিয়াত বিঘাই বিঘাই কৰিছে ভাং খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.