ETV Bharat / state

দেশীয় সুৰাৰ বিৰুদ্ধে তৎপৰ আবকাৰী বিভাগ - ETV Bharat

পাণ্ডু-মালিগাঁৱত চলিল আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

দেশীয় সুৰাৰ বিৰুদ্ধে তৎপৰ আবকাৰী বিভাগ
author img

By

Published : Feb 25, 2019, 12:03 AM IST

গোলাঘাটত দেশীয় সুৰাপান কৰি শতাধিক লোকৰ মৃত্যুৰ পিছত হঠাৎ তৎপৰ হৈ পৰিছে আবকাৰী বিভাগ । চোৰ যোৱাৰ পিছত বুদ্ধি ওলোৱাৰ দৰেই এতিয়া নিদ্ৰাৰ পৰা সাৰ পাইছে বিভাগটোৱে । দেওবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পাণ্ডু-মালিগাঁৱত চলিল আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান ।

দেশীয় সুৰাৰ বিৰুদ্ধে তৎপৰ আবকাৰী বিভাগ
অভিযানত বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে পাণ্ডুৰ বিভিন্ন পান-দোকানৰ পৰা উদ্ধাৰ কৰে বিলাতী সুৰা । অভিযানকাৰী দলটোৱে চাৰিটাকৈ চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ উপৰিও ৰাজহুৱা স্থানত সুৰাপান কৰা দুজন লোকক আটক কৰে ।

Slug: A_GHY_24FEB_801_CITY EXCISE OPERATION_HIRUL

গোলাঘাটত দেশীয় সুৰাপান কৰি শতাধিক লোকৰ মৃত্যুৰ পিছত হঠাৎ তৎপৰ আৱকাৰী বিভাগ। চুৰ যোৱাৰ পিছত বুদ্ধি হোৱাৰ দৰেই এতিয়া নিদ্ৰাৰ পৰা সাৰ পাইছে বিভাগটো। দেওবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পাণ্ডু-মালিগাঁৱত চলিল আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই মদ। লগতে আৱকাৰী বিভাগে উদ্ধাৰ কৰে বিদেশী সুৰা। পাণ্ডুৰ বিভিন্ন পান-দোকানৰ পৰা উদ্ধাৰ বিলাতী সুৰা। তাৰোপৰি উচ্ছেদ কৰিলে চাৰিটাকৈ চুলাই মদৰ ঘাটি। ইফালে ৰাজহুৱা স্থানত সুৰাপান কৰা দুজন লোকক আটক কৰে অভিযানকাৰী দলটোৱে। কিন্তু প্ৰশ্ন হয় কেৱল অভিযানৰ নামত দুদিনীয়া চমক দিয়ে দায়িত্ব সামৰিব নেকি আৱকাৰী বিভাগ। উল্লেখযোগ্য যে মহানগৰীৰ উজানবজাৰ, গুৱাহাটী ৰেলৱে ষ্টেচন, পাণ্ডু-মালিগাঁও বিভাগটোৱে চলালে এই অভিযান।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.