ETV Bharat / state

ৰাজ্যৰ 28 জিলা বানৰ কবলত: 33 গৰাকীৰ মৃত্যু

author img

By

Published : Jul 2, 2020, 3:32 PM IST

বানৰ কবলত সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ প্ৰায় 28 খন জিলাৰ 92 টা ৰাজহ চক্ৰ প্লাৱিত কৰিছে বানে ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ সংহাৰী পৰিস্থিতিয়ে ক্ষতি কৰিছে 21,59,022 গৰাকী লোকক ৷

Assam flood report till thursday Etv bharat news
ৰাজ্যৰ 28 জিলা বানৰ কবলত

নিউজ ডেস্ক,2 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে ৷ অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি ৷ ইতিমধ্যে প্ৰায় 28 খন জিলাৰ 92 টা ৰাজহ চক্ৰ প্লাৱিত কৰিছে বানে ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ সংহাৰী পৰিস্থিতিয়ে ক্ষতি কৰিছে 21,59,022 গৰাকী লোকক ৷ সেয়ে বন্যাক্ৰান্তৰ উদ্ধাৰৰ বাবে ৰাজ্যত স্থাপন কৰা হৈছে 300 টা অস্থায়ী শিবিৰ ৷ বৃহস্পতিবাৰৰ দিনটোলৈকে 33 গৰাকী লোকে বানৰ কবলত পৰি প্ৰাণ হেৰুওৱাৰ বিপৰীতে জলমগ্ন হৈছে 3,321 খন গাঁও ৷ কৃষকৰ বাবে অভিশাপস্বৰূপ এই বানে বুৰাই পেলাইছে 1,43,43.18 হেক্টৰ কৃষি ভূমি ৷ অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে এই তথ্য ৷

লগতে চাওকঃ এম্বুলেঞ্চত ৰোগী নহয়,পাচলিৰ বেপাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.