ETV Bharat / state

অসমৰ বান : মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 29, 2020, 8:15 PM IST

অসমৰ 21 খন জিলা বৰ্তমান বানত আক্ৰান্ত ৷ আজি পৰ্যন্ত মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি ৷

মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি
অসমৰ বান

নিউজ ডেস্ক, 28 জুলাই : সংহাৰী বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, বৰ্তমান বানাক্ৰান্তৰ সংখ্যা হৈছে 16,54,984 গৰাকী ৷ মুঠ 21 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷ আক্ৰান্ত জিলাসমূহ হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, দৰং, বাক্সা, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ আৰু ডিব্ৰুগড় ৷

বৰ্তমান বানৰ কৱলত 54 টা ৰাজহ চক্ৰৰ প্ৰায় 1,536 খন গাঁও ৷ প্ৰায় 92,899.95 হেক্টৰ কৃষিভূমি বানৰ কবলত ৷ বৰ্তমান ৰাজ্যৰ 208 টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 37,012 জন লোকে ৷

লগতে পঢ়ক : লক ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.