নিউজ ডেস্ক, 23 অক্টোবৰ: অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই ৷ অসমত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ 203282 গৰাকীলৈ ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰে এই তথ্য ৷
-
#AssamCovidUpdate
— Himanta Biswa Sarma (@himantabiswa) October 22, 2020 " class="align-text-top noRightClick twitterSection" data="
🙁 5⃣0⃣8⃣ Cases detected out of 34375 tests conducted, with a positivity rate of 1.48%
Kamrup M- 101
🙂 1⃣5⃣8⃣4⃣ patients discharged.
↗️Total cases- 203282
▶️ Recovered- 87.39%
▶️ Active cases- 12.16%
▶️ Deaths- 0.44%
8:15 PM/ Oct 22#StayHomeStaySafe pic.twitter.com/nzkySfggUu
">#AssamCovidUpdate
— Himanta Biswa Sarma (@himantabiswa) October 22, 2020

8:15 PM/ Oct 22#StayHomeStaySafe pic.twitter.com/nzkySfggUu#AssamCovidUpdate
— Himanta Biswa Sarma (@himantabiswa) October 22, 2020
🙁 5⃣0⃣8⃣ Cases detected out of 34375 tests conducted, with a positivity rate of 1.48%
Kamrup M- 101
🙂 1⃣5⃣8⃣4⃣ patients discharged.
↗️Total cases- 203282
▶️ Recovered- 87.39%
▶️ Active cases- 12.16%
▶️ Deaths- 0.44%
8:15 PM/ Oct 22#StayHomeStaySafe pic.twitter.com/nzkySfggUu
উল্লেখ্য যে, ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা 896 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান অসমত 24724 গৰাকী সক্ৰিয় ৰোগী থকাৰ লগতে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 177659 গৰাকী লোকে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 87.39 শতাংশ ৷
লগতে পঢ়ক: কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ