ETV Bharat / state

ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস - আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

দৈনিক ৩ লাখ লোকক ভেকচিন(Vaccine) প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । বিগত ২৪ ঘণ্টাত ৮৫,২৫১ গৰাকী লোকক ভেকচিন(Vaccine) প্ৰদান ।

আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
author img

By

Published : Jun 13, 2021, 12:18 PM IST

গুৱাহাটী, ১৩ জুন : ক্ৰমাৎ সামান্য উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি । আক্ৰান্তৰ হাৰ লাহে লাহে নিম্নগামী হৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১,৬১,৮৯৬ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰে ৩,৪৬৩ গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস পাইছে । আক্ৰান্ত হোৱাসকলৰ ভিতৰত ২৬৭ গৰাকী শোণিতপুৰৰ, ২৬৪ গৰাকী কাছাৰৰ, ২৪৬ গৰাকী গুৱাহাটীৰ আৰু ২১২ গৰাকী তিনিচুকীয়াৰ ।

আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৪২ গৰাকী লোকৰ ক’ভিডত মৃত্যু হয় । মৃত্যু হোৱা লোকসকলৰ ভিতৰত যোৰহাটৰ ৭ গৰাকী, ডিব্ৰুগড়ৰ ৫ গৰাকী, শিৱসাগৰ-শোণিতপুৰৰ ৪ গৰাকী, গোলাঘাট-কামৰূপ মেট্ৰ’ৰ ৩ গৰাকী, হাইলাকান্দি-মৰিগাঁৱৰ ২ গৰাকী, বাক্সা-বিশ্বনাথ-কাছাৰ-আংলং-নলবাৰী-ওদালগুৰিৰ এজনকৈ লোক আছে ।

আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

ইপিনে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৫,৬০০ গৰাকী লোকে । বর্তমান ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৩,২৯৮ গৰাকী । ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৯.৩৮ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৮৬ শতাংশ । আনহাতে বৰ্তমানলৈ ৰাজ্যৰ ৪৭,৫১,৯২৬ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰে ৩৮,৩৫,৩৩২ গৰাকীক প্ৰথম ড’জ আৰু ৯,১৬,৫৯৪ গৰাকীক দ্বিতীয় ড’জ ভেকচিন(Vaccine) দিয়া হৈছে ।

আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৮৫,২৫১ গৰাকী লোকক ভেকচিন(Vaccine) প্ৰদান কৰা হয় । স্বাস্থ্য বিভাগে দৈনিক ৩ লাখ লোকক ভেকচিন(Vaccine) প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ বাবে দুই হাজাৰ টীম সাজু কৰি তোলা হৈছে ।

আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

লগতে পঢ়ক: বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.