ETV Bharat / state

বিজেপিয়ে হাগ্ৰামাক ধ্বংস কৰাটো নিশ্চিত - দুৰ্গা দাস বড়াে

সংবাদমেল পাতি বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ বক্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দুৰ্গা দাস বড়ােৰ ৷

Assam Congress spokes person Durga Das Bodo Press meet
বিজেপিয়ে হাগ্ৰামাক ধ্বংস কৰাটো নিশ্চিত
author img

By

Published : Feb 22, 2020, 11:35 PM IST

গুৱাহাটী,22 ফেব্ৰুৱাৰী: ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল । সংবাদমেলত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ বক্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দুৰ্গা দাস বড়োৱে । দুৰ্গা দাস বড়োৰ মতে নিজৰ লগতে নিজ চৰকাৰৰ দোষ লুকুৱাবলৈ বহু কথা কৈছে ৰূপম গোস্বামীয়ে । লগতে ৰূপম গোস্বামীয়ে নিজেই গৃহ মন্ত্ৰীক মিছলীয়া সজাইছে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিলে দুৰ্গা দাস বড়োৱে ।

বিজেপিয়ে হাগ্ৰামাক ধ্বংস কৰাটো নিশ্চিত : দুৰ্গা দাস বড়াে

ৰাইজক বিপথে পৰিচালিত কৰাৰ স্বাৰ্থত অমিত শ্বাহে অসম চুক্তিৰ 6 নং দফাৰ সন্দৰ্ভত উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ কথা দিছিল । কিন্তু এই পৰ্যন্ত উচ্চস্তৰীয় কমিটিয়ে সম্পূৰ্ণ প্ৰতিবেদন গ্ৰহণ নকৰাত সমালোচনা কৰে বিজেপি চৰকাৰক মুখপাত্ৰ গৰাকীয়ে ।

আনহাতে সংবাদমাধ্যমক লৈ অসন্তুষ্টি প্ৰকাশ দুৰ্গা দাস বড়োৰ । সংবাদ মাধ্যমত আগতীয়াকৈ প্ৰকাশ পোৱা এক তালিকা সম্পূৰ্ণ ৰূপে ভুৱা বুলি জানিবলৈ দিলে মুখপাত্ৰ দুৰ্গা দাস বড়োৱে । ইফালে, BTR সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা আঁতৰত থাকে তেওঁ । 25 তাৰিখৰ পিছতহে সিদ্ধান্ত হ'ব BTRৰ । কাৰ লগত মিত্ৰতা হ'ব অথবা BTR সম্পৰ্কে সকলো তথ্য সেয়া 26 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰাৰ কথা উল্লেখ কৰে তেওঁ । লগতে বিজেপিয়ে হাগ্ৰামাক ধ্বংস কৰাটো নিশ্চিত বুলি মন্তব্য কৰে মুখপাত্ৰ দুৰ্গা দাস বড়োৱে ।

লগতে পঢ়ক:গ্ৰেপ্তাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনি ভুৱা পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.