ETV Bharat / state

Assam assembly winter season : তিনি বছৰত ২৫,৭৬৯.২২ কোটি টকাৰ GST সংগ্রহ

author img

By

Published : Dec 22, 2021, 12:56 PM IST

বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰা তথ্য অনুসৰি কেন্দ্রীয় চৰকাৰৰ পৰা জি এছ টি ক্ষতিপূৰণ হিচাপে অসমে ৩০৫৬ কোটি টকা লাভ কৰিছে (Assam received 3056 crore as GST compensation) । আনহাতে এই সময়চোৱাত ২০১৮-১৯ বৰ্ষত ৮৪০২.৩ কোটি টকা, ২০১৯-২০ বৰ্ষত ৮৭৫৫.৩০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ৮৬১১.৬২ কোটি টকা সংগ্রহ হৈছে ।

Assam assembly winter season
তিনি বছৰত ২৫৭৬৯ কোটি টকাৰ GST সংগ্রহ

গুৱাহাটী, ২২ ডিচেম্বৰ : বিগত তিনিটা বিত্তীয় বর্ষত ৰাজ্যখনত ২৫,৭৬৯.২২ কোটি টকা জি এছ টি সংগ্রহ হৈছে (Assam collected GST worth 25769 crore in 3 years) । কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ এটা লিখিত প্রশ্নৰ উত্তৰত বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰা তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত ৮৪০২.৩ কোটি টকা, ২০১৯-২০ বৰ্ষত ৮৭৫৫.৩০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ৮৬১১.৬২ কোটি টকা সংগ্রহ হৈছে ।

আনহাতে, এই সময়চোৱাত ঘাটি হোৱা কৰৰ ক্ষতিপূৰণ হিচাপে কেন্দ্রীয় চৰকাৰৰ পৰা জি এছ টি ক্ষতিপূৰণ হিচাপে ৩০৫৬ কোটি টকা লাভ কৰিছে (Assam received 3056 crore as GST compensation) । পৰৱৰ্তী ২০১৮-১৯ বৰ্ষত ৪৫৫ কোটি টকা, ২০১৯-২০ বৰ্ষত ১২৮৪ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ১৩১৭ কোটি টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে ।

Assam assembly winter season
তিনি বছৰত ২৫৭৬৯ কোটি টকাৰ GST সংগ্রহ

তথ্য অনুসৰি, বিগত তিনিটা বিত্তীয় বৰ্ষত জি এছ টি পঞ্জীয়ন কৰা কয়লা ব্যৱসায়ীসকলৰ অধিকাংশই পিছত পঞ্জীয়ন বাতিল কৰিছে । ২০১৮-১৯ বৰ্ষত ২৬৭২ জন কয়লা ব্যৱসায়ীয়ে পঞ্জীয়ন কৰিছিল যদিও তাৰে ১৩৬৯ জনে বাতিল কৰে ।

২০১৯-২০ বৰ্ষত পঞ্জীয়ন কৰা ৩৩০৩ জনৰ ১৬৬৮ জনে আৰু ২০২০-২১ বৰ্ষত পঞ্জীয়ন কৰা ৩৬৯৫ জনৰ ১৭৮৩ জনে পঞ্জীয়ন বাতিল কৰিছে ।

লগতে পঢ়ক : Border dispute in Assam : শীঘ্ৰেই সীমা বিবাদৰ সমাধান সূত্ৰ ওলাব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.