ETV Bharat / state

কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটৰ বৈঠক

author img

By

Published : Mar 21, 2020, 10:02 PM IST

Updated : Mar 21, 2020, 11:07 PM IST

কৰ'ণা ভাইৰাছক লৈ গুৰুত্বপূৰ্ণ বৈঠক অসম কেবিনেটৰ ৷ যিকোনো সময়তে কঠিন সিদ্ধান্ত লবৰ বাবে সাজু অসম চৰকাৰ ৷

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটৰ বৈঠক

শনিবাৰে কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটে আয়োজন কৰে গুৰুত্বপূৰ্ণ বৈঠকৰ । জনতা ভৱনত আয়োজিত সভাখনত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটৰ বৈঠক

অসম কেবিনেটৰ সিদ্ধান্ত সমূহ হৈছে....

* ব্ৰহ্মপুত্ৰৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড( বিচিপিএল) লৈ প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত 15 বছৰৰ বাবে VAT ৰেহাই ৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ 1714 কোটি টকা ব্যয় হ'ব ৷

* আছাম এলিমেণ্টেৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ( ৰেগুলেশ্যন্চ অব্ প'ষ্টিং এণ্ড ট্ৰেন্সফাৰ) বিল, 2020 আজি কেবিনেটত অনুমোদন জনোৱা হয় ৷

* দ্যা আছামিছ লেংগুৱেজ লাৰ্নিং বিল, 2020 ত আজিৰ কেবিনেটে অনুমোদন জনাই ৷

* গুৱাহাটী গৃহ নিৰ্মাণ উপ-বিধি (Guwahati Building Bye Laws) আজিৰ কেবিনেটত অনুমোদন জনোৱা হয় ৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি'ৰ অধীনত জি প্লাচ টু (G+2) গৃহ নিৰ্মাণৰ অনুমতি ৷

* আজিৰ কেবিনেটত চাৰিখন স্বায়ত্তশাসিত পৰিষদ বিলত অনুমোদন জনোৱা হয় ৷ সেইকেইখন হ'ল কমতাপুৰ, মটক, মৰাণ আৰু বড়ো-কাছাৰী স্বায়ত্তশাসিত পৰিষদ বিল ৷

কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটৰ বৈঠক

আনহাতে, কৰ'ণা ভাইৰাছক লৈ চৰকাৰে যিকনো সময়তে কঠিন সিদ্ধান্ত ল'বৰ বাবে সাজু আছে বুলি জানিব দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । কৰ'ণাকলৈ চৰকাৰে পূৰ্বে জাৰি কৰা নিৰ্দেশনা প্ৰযোজ্য কৰি ৰখাৰ সিদ্ধান্ত । উল্লেখ্য যে, পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি Lockdown ৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

কৰ'ণা ভাইৰাছক লৈ অসম কেবিনেটৰ বৈঠক

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

Last Updated : Mar 21, 2020, 11:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.