ETV Bharat / state

খেল’ ইণ্ডিয়াত অসমৰ বক্সিং খেলুৱৈৰ সৈতে পক্ষপাতিত্বৰ অভিযোগ - খেল’ ইণ্ডিয়া 2020 বক্সিং মেচ

বুধবাৰে অন্তিম দিনৰ অসমৰ প্ৰথমখন ফাইনেল খেলত প্ৰিয়ংকা বৰাৰ ক্ষেত্ৰতো পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় ৷ অসম বক্সিঙ দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই অসমৰ ফলাফল সমুহৰ ক্ষেত্ৰত অসন্তুষ্ট প্ৰকাশ কৰি কয় এনেধৰণৰ পক্ষপাতে ভাৰতৰ বক্সিং জগতক আগুৱাই নিয়াত বাধাৰ সৃষ্টি কৰিব ৷ অংকুশীতা মেচৰ পূৰ্বে চিন্তিত আছিল যদিও অংকুশীতাৰ প্ৰদর্শনত আমি সন্তুষ্ট কিন্তু প্ৰিয়ংকা বৰাৰ ফলাফলকলৈ আমি অসন্তুষ্ট ।

Assam boxers faced partiality at third Khelo India
খেল’ ইণ্ডিয়াত অসমৰ বক্সিং খেলুৱৈৰ সৈতে পক্ষপাতিত্বৰ অভিযোগ
author img

By

Published : Jan 22, 2020, 10:52 PM IST

গুৱাহাটী, 22 জানুৱাৰীঃ বুধবাৰে সমাপ্তি ঘটে তৃতীয় খেলো ইণ্ডিয়াৰ ৷ সমান্তৰালকৈ মহানগৰীৰ ছাই ফিল্ডত অনুষ্ঠিত হোৱা বক্সিঙৰ ফাইনেল মেচ সমূহৰো অন্ত পৰে বুধবাৰে ৷ বক্সিঙত অসমৰ খেলুৱৈসকলে ৰাজ্যখনৰ বাবে অধিক স্বৰ্ণ পদক লাভ কৰিব বুলি বক্সিঙৰ খেল সমূহৰ আৰম্ভনিতে আভাষ পোৱা গৈছিল যদিও বাস্তৱত ইয়াৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গ'ল ৷ ছেমি ফাইনেলৰ মেচ সমূহৰে পৰা অসমৰ বক্সিঙ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপিত হয় ৷ অসমৰ কেইবাগৰাকী খেলুৱৈৰ ভাল প্ৰদৰ্শনৰ পিছতো খেলুৱৈ সকলক পৰাজয় ঘোষণা কৰাত অসন্তুষ্ট প্ৰকাশ কৰিবলৈ ধৰিলে অসম বক্সিং মুখ্য প্ৰশিক্ষক অমৰ ডেকাৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজ ৷ ফাইনেল খেলা অসমৰ ৫ গৰাকী খেলুৱৈৰ ভিতৰত মাত্ৰ এগৰাকীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

খেল’ ইণ্ডিয়াত অসমৰ বক্সিং খেলুৱৈৰ সৈতে পক্ষপাতিত্বৰ অভিযোগ

উল্লেখ্য যে, বুধবাৰে অন্তিম দিনৰ অসমৰ প্ৰথমখন ফাইনেল খেলত প্ৰিয়ংকা বৰাৰ ক্ষেত্ৰতো পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় ৷ অসম বক্সিঙ দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই অসমৰ ফলাফল সমুহৰ ক্ষেত্ৰত অসন্তুষ্ট প্ৰকাশ কৰি কয় এনেধৰণৰ পক্ষপাতে ভাৰতৰ বক্সিং জগতক আগুৱাই নিয়াত বাধাৰ সৃষ্টি কৰিব ৷ অংকুশীতা মেচৰ পূৰ্বে চিন্তিত আছিল যদিও অংকুশীতাৰ প্ৰদর্শনত আমি সন্তুষ্ট কিন্তু প্ৰিয়ংকা বৰাৰ ফলাফলকলৈ আমি অসন্তুষ্ট । প্ৰিয়ংকা এগৰাকী অতি ঠাণ্ডা মগজৰ আৰু অতি কৌশলেৰে খেলা খেলুৱৈ, তাই ক্ষেত্ৰত যদিত ফলাফল ঘোষণা কৰা হ'ল এই ফলাফল স্বীকাৰ কৰিব নোৱাৰি ৷

লগতে পঢ়ক-এটা উৰুখা পঁজা আৰু এটি বৃদ্ধ দম্পত্তীৰ মৰ্মান্তিক জীৱন গাথা !

Intro:(special story)

ভাৰতৰ বক্সিঙ জগতৰ ভৱিষ্যতকলৈ চিন্তিত অসম বক্সিঙৰ মূখ্য প্ৰশিক্ষক অমৰ ডেকা। খেলো ইণ্ডিয়াত বক্সিঙ মেচ সমূহৰ ফলাফলক লৈ সন্তুষ্ট নহয় অমৰ ডেকা। প্ৰতিভাবান খেলুৱৈ সকলৰ ক্ষেত্ৰত এনেধৰণৰ পক্ষপাতে ভাৰতৰ বক্সিঙ জগতখনক আগুৱাই নিয়াত বাধাৰ সৃষ্টি কৰিব।

Body:বুধবাৰে সমাপ্তি ঘটিল তৃতীয় খেলো ইণ্ডিয়াৰ অন্তৰ্গত চলি থকা খেলসমুহৰ। মহানগৰীৰ ছাই ফিল্ডত অনুষ্ঠিত হোৱা বক্সিঙৰ ফাইনেল মেচ সমূহৰো অন্ত পৰে আজি। বক্সিঙত অসমৰ খেলুৱৈ সকলে ৰাজ্যখনৰ বাবে অধিক স্বৰ্ণ পদক লাভ কৰিব বুলি বক্সিঙৰ খেল সমূহ আৰম্ভনিতে আভাষ পোৱা গৈছিল যদিও বাস্তৱত ইয়াৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গ'ল। ছেমি ফাইনেলৰ মেচ সমূহৰে পৰা অসমৰ বক্সিঙ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপন হ'বলৈ ধৰিলে। অসমৰ কেবাগৰাকী খেলুৱৈৰ ভাল প্ৰদৰ্শনৰ পিছতো খেলুৱৈ সকলক পৰাজয় ঘোষণা কৰাত অসন্তুষ্ট প্ৰকাশ কৰিবলৈ ধৰিলে অসম বক্সিঙ মুখ্য প্ৰশিক্ষক অমৰ ডেকাৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। ছেমি ফাইনেলত পিছত ফাইনেল খেলা অসমৰ খেলুৱৈ সকলৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত পুনৰ পৰক্ষপাত অভিযোগ উত্থাপন হ'বলৈ ধৰিলে। ফাইনেল খেলা অসমৰ ৫ গৰাকী খেলুৱৈৰ ভিতৰত মাত্ৰ এগৰাকীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ'ল। বুধবাৰে অন্তিম দিনৰ অসমৰ প্ৰথমখন ফাইনেল খেলত প্ৰিয়ংকা বৰাৰ ক্ষেত্ৰতো পৰক্ষপাতৰ অভিযোগ উত্থাপিত হয় আৰু প্ৰিয়ংকৰ মেচখনৰ ফলাফল ঘোষণাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম বক্সিঙ দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই অসমৰ ফলাফল সমুহৰ ক্ষেত্ৰত অসন্তুষ্ট প্ৰকাশ কৰি কয় এনেধৰণৰ পক্ষপাতে ভাৰতৰ বক্সিঙ জগতক আগুৱাই নিয়াত বাধাৰ সৃষ্টি কৰিব। অংকুশীতা মেচৰ পুর্বে চিন্তিত আছিল যদিও অংকুশীতাৰ প্ৰদর্শনত আমি সন্তুষ্ট কিন্তু প্ৰিয়ংকা বৰাৰ ফলাফলকলৈ আমি অসন্তুষ্ট। প্ৰিয়ংকা এগৰাকী অতি ঠাণ্ডা মগজৰ আৰু অতি কৌশলেৰে খেলা খেলুৱৈ, তাই ক্ষেত্ৰত যদিত ফলাফল ঘোষণা কৰা হ'ল এই ফলাফল স্বীকাৰ কৰিব নোৱাৰি।

বাইট : অমৰ ডেকা, মুখ্য প্ৰশিক্ষক, অসম বক্সিঙ দল

Conclusion:উল্লেখযোগ্য যে বক্সিঙত অসমৰ ফলাফল সমূহক লৈ অসম বক্সিঙ দলৰ মূখ্য প্ৰশিক্ষকৰ লগতে বক্সিঙৰ লগত জড়িত ব্যক্তি সকলে অসন্তুষ্টি প্ৰকাশ কৰি থকাৰ মাজতে মাংলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বুধবাৰে প্ৰিয়ংকৰ মেচৰ ফলাফলৰ পিছতো ছাই ফিল্ডত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.