ETV Bharat / state

২ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

author img

By

Published : Feb 2, 2020, 11:13 AM IST

৪ মাৰ্চত বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধানসভাত ২০২০-২০২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব ।

ASSAM BIDHAN SABHA BUDGET SESSION WILL BE START FROM 4th FEBRUARY
২ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শণিবাৰে দেশৰ সাধাৰণ বাজেট দাখিল কৰাৰ পিছত অসম বিধানসভাৰো বাজেট অধিৱেশনৰ দিন ঘোষণা কৰা হৈছে । সেই অনুসৰি ২ মাৰ্চৰ পৰা অনুষ্ঠিত হব অসম বিধানসভাৰ বাজেট অধিবেশন । প্ৰায় এমাহজুৰি এই অধিবেশন চলিব । ৪ মাৰ্চত বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধানসভাত ২০২০ - ২০২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব ।

লগতে পঢ়কঃ নগাঁৱত যোগদান কৰিয়েই অপৰাধীৰ বিৰুদ্ধে অভিযান আৰক্ষী অধীক্ষকৰ

Intro:গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শণিবাৰে দেশৰ সাধাৰণ বাজেট দাখিল কৰাৰ পিছত অসম বিধানসভাৰো বাজেট অধিবেশনৰ দিন ঘোষণা কৰা হৈছে ।Body:সেই অনুসৰি ২ মাৰ্চৰ পৰা অনুষ্ঠিত হব অসম বিধানসভাৰ বাজেট অধিবেশন । প্ৰায় এমাহজুৰি এই অধিবেশন চলিব ।Conclusion:৪ মাৰ্চত বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধানসভাত ২০২০ - ২০২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.