মৈত্ৰী অভিযানৰ বাবে মুকলি কৰি দিয়া হৈছে 245 কোটি টকা ৷
2020 চনৰ মাৰ্চ মাহৰ ভিতৰত 10 খন আন আৰক্ষী চকীৰ কাম সম্পূৰ্ণ কৰা হ'ব ৷
196.69 কোটি টকা ব্যয় কৰা হ'ব মৈত্ৰী আঁচনিৰ বাবে পৰৱৰ্তী পৰ্যায়ত ৷
গুৱাহাটীত 2020 চনৰ মাৰ্চৰ ভিতৰত ডায়েল 112 কাৰ্যক্ষম হৈ উঠিব ৷
ইয়াৰ বাবে প্ৰস্তাৱিত পুঁজি 5233 কোটি টকা ৷
প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণৰ বাবে 2020-21 বৰ্ষত ধাৰ্য কৰা হৈছে 73 কোটি টকা ৷