ETV Bharat / state

পঞ্চম স্থানেৰে উজলিল অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়ংকা

author img

By

Published : May 15, 2019, 12:56 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থানেৰে উজলিল অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়ংকা কলিতা ৷ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ মন প্ৰিয়ংকাৰ ।

পঞ্চম স্থানেৰে উজলিল অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়কা

গুৱাহাটী,15মে':হাইস্কুল শিক্ষান্ত পৰীক্ষাত এগৰাকী ছাত্ৰীয়ে স্থানপ্ৰাপ্তিৰে নাম উজলালে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ । প্ৰিয়ংকা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে পঞ্চম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনলৈ । ৫৮৯ নম্বৰেৰে পঞ্চম স্থান দখল কৰি আনন্দিত প্ৰিয়ংকা কলিতা । আনহাতে আগন্তুক দিনত আৰু ভাল ফল দেখুৱাব বুলি আশাবাদী ছাত্ৰীগৰাকী । উল্লেখ্য যে ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ মন প্ৰিয়ংকাৰ ।

Intro:বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এগৰাকী ছাত্ৰী য়ে নাম উজলালে অসম জাতীয় বিদ্যালয়ৰ । প্ৰিয়কা কলিতা নামৰ ছাত্ৰী গৰাকীয়ে পঞ্চম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয় খনলৈ । পঞ্চম স্থান দখল কৰি খুবেই সুখী প্ৰিয়ংকা কলিতা । ৫৮৯ নম্বৰেৰে স্থান কৰি আগন্তুক দিনত আৰু ভাল ফল দেখুৱাব বুলি আশাবাদী ছাত্ৰী গৰাকী । লগতে অভিযন্তা হোৱাৰ মন প্ৰিয়ংকা ৰ ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.