ETV Bharat / state

সুখবৰ.. ঘৰে-ঘৰে খোৱাপানী পাব মহানগৰবাসীয়ে

আগন্তুক 90 দিনৰ ভিতৰত মহানগৰবাসীয়ে পাব খোৱাপানী । প্ৰথম পৰ্যায়ত প্ৰায় তিনি হাজাৰ পৰিয়ালে পাব পানী । জালুকবাৰী, মালিগাঁও, কামাখ্যা, ভূতনাথ অঞ্চলত প্ৰথম পৰ্যায়ত যোগান ধৰা হ'ব খোৱাপানী

দূৰ হোৱা পথত খোৱাপানী সমস্যা
author img

By

Published : Aug 3, 2019, 6:22 PM IST

গুৱাহাটী, 3 আগষ্টঃ শীঘ্ৰে খোৱাপানীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব মহানগৰীবাসীয়ে । আগন্তুক 90 দিনৰ ভিতৰত মহানগৰবাসীয়ে পাব খোৱাপানী । প্ৰথম পৰ্যায়ত প্ৰায় তিনি হাজাৰ পৰিয়ালে পাব পানী । জালুকবাৰী, মালিগাঁও, কামাখ্যা, ভূতনাথ অঞ্চলত প্ৰথম পৰ্যায়ত যোগান ধৰা হ'ব খোৱাপানী । শনিবাৰে মহানগৰীৰ মালিগাঁও, পাণ্ডু, কামাখ্যা, জালুকবাৰী আৰু গেমনৰ পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি এই কথা জানিবলৈ দিয়ে GMDAৰ অধ্যক্ষ অশোক সিংহালে । তাৰোপৰি প্ৰথম পৰ্যায়তে শক্তিপীঠ কামাখ্যা ধামতো যোগান ধৰা হ'ব পানী । মুঠৰ ওপৰত মহানগৰবাসীৰ দীৰ্ঘদিনীয়া এটা সমস্যা পূৰণ হোৱা পথত । সকলোৱে আশা কৰিছে যে GMDAৰ অধ্যক্ষগৰাকীয়ে কোৱা ধৰণে কাৰ্যক্ষেত্ৰত পৰিণত হ'ব এই ঘোষণা ।

Intro:অতিশীঘ্ৰে খোৱাপানীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব মহানগৰীবাসীয়ে। অহা ৯০ দিনৰ ভিতৰত মহানগৰবাসীয়ে পাব খোৱাপানী। প্ৰথম পৰ্যায়ত প্ৰায় তিনি হাজাৰ পৰিয়ালে পাব পানী। জালুকবাৰী, মালিগাঁও, কামাখ্যা, ভূতনাথ অঞ্চলত প্ৰথম পৰ্যায়ত যোগান ধৰা হ'ব খোৱাপানী। শণিবাৰে মহানগৰীৰ মালিগাঁও, পাণ্ডু, কামাখ্যা, জালুকবাৰী আৰু গেমনৰ পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি এই কথা জানিবলৈ দিয়ে GMDAৰ অধ্যক্ষ অশোক সিংহালে। তাৰোপৰি প্ৰথম পৰ্যায়তে শক্তিপীঠ কামাখ্যা ধামতো যোগান ধৰা হ'ব পানী। মুঠৰ ওপৰত মহানগৰবাসীৰ দীৰ্ঘদিনীয়া এটা সমস্যা পূৰণ হোৱা পথত। সকলোৱে আশা কৰিছে যে GMDAৰ অধ্যক্ষগৰাকীয়ে কোৱা ধৰণে কাৰ্যক্ষেত্ৰত পৰিণত হ'ব এই ঘোষণা। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.