ETV Bharat / state

স্বাস্থ্যমন্ত্ৰীয়ে তিনি হাজাৰ টকাত ঘৰ চলাই দেখুৱাওকঃ আশাকৰ্মী - নিৰ্বাচন

স্বাস্থ্যমন্ত্ৰীয়ে তিনি হাজাৰ টকাত ঘৰ চলাই দেখুৱাওক । আমি কৰা কষ্ট বিনিময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বাহ-বাহ লৈছে । আমাক কৰা প্ৰতাৰণা হিচাপ আগন্তুক নিৰ্বাচনত দিম বুলি হুংকাৰ প্ৰদান আশাকৰ্মীৰ ।

স্বাস্থ্যমন্ত্ৰীয়ে তিনি হাজাৰ টকাত ঘৰ চলাই দেখুৱাওকঃ আশাকৰ্মী

author img

By

Published : Dec 29, 2020, 4:27 PM IST

গুৱাহাটী,29 ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশন চলি থকাৰ সময়তে বিধানসভা চৌহদ উত্তাল কৰিলে চৰকাৰ বিৰোধী শ্ল’গানেৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ।

স্বাস্থ্যমন্ত্ৰীয়ে তিনি হাজাৰ টকাত ঘৰ চলাই দেখুৱাওকঃ আশাকৰ্মী

ইপিনে বিভিন্ন দল সংগঠনৰ সমান্তৰালকৈ মঙলবাৰে আশা কর্মী সকলেও ন্যাৰ্য প্ৰাপ্তিৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ । কেইবাশতাধিক আশা কর্মীৰ উত্তাল প্ৰতিবাদত মুখৰ হ’ল বিধানসভা চৌহদ । আশা কর্মী সকলৰ অভিযোগ কৰি কয় যে, চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। স্বাস্থ্যমন্ত্ৰীয়ে আমাক তই আৰু তহঁত শব্দৰে সম্বোধন কৰি অপমান কৰিছে । আমি এনে অপমান কেতিয়াও হস্য নকৰো । পৰিয়ালক একাষৰীয়া কৰি আমি সমাজৰ কাম কৰিছো । কিন্তু মাত্ৰ তিনিহাজাৰ টকা মাননীয়ে আমাক আভুৱা ভাৰিছে স্বাস্থ্য বিভাগে ।

আনহাতে অতি শীঘ্ৰে চৰকাৰে সমস্যা সামাধান কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক 2021 বিধান সভাৰ নিৰ্বাচনত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.